অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৮ অক্টোবৰ

জন্ম

মৃত্যু

  • ১৮৭১চাৰ্লছ বাবেজ, ইংৰাজ গণিতজ্ঞ, আৰু অভিযন্তা। তেখেতে মেকানিকেল কম্পিউটাৰ আবিস্কাৰ কৰিছিল।
  • ১৯৩১থমাছ আলভা এডিচন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী।
  • ২০১৩ৰাভুৰি ভৰদ্বাজ, তেলুগু ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ