ইতিহাসৰ আজিৰ দিনত
১৬ অক্টোবৰ
ঘটনাৱলী
- ১৯০৫লৰ্ড কাৰ্জনৰ প্ৰথম বংগ বিভাজন আইন কাৰ্যকৰী হয়।
- ১৯৪৫বিশ্ব খাদ্য সংস্থা প্ৰতিষ্ঠা কৰা হয়।
- ১৯৬৮হৰগোবিন্দ খোৰানালৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হয়।
- ১৯৬৯ভাৰতৰ নাৰী শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদ উদ্বোধন কৰা হয়।
- ১৯৯০আফ্ৰিকাৰ মুক্তি আন্দোলনৰ নেতা নেলছন মেণ্ডেলালৈ ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয়।
জন্ম
- ১৭৫৮নোৱা ৱেবষ্টাৰ, ইংৰাজী ভাষাত প্ৰথম অভিধান ৰচয়িতা।
- ১৮৮৮ইউজিন অ' নীল, আমেৰিকান নাট্যকাৰ।
- ১৯০৪সুভদ্ৰা কুমাৰী চৌহান, ভাৰতীয় কবি।
- ১৯২৯তফজ্জুল আলি, অসমৰ প্ৰসিদ্ধ গীতিকাৰ।
- ১৯৪৮হেমা মালিনী, ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ।
- ১৯৫০দণ্ডমুদি সুমথি ৰাম মোহন ৰাও, ভাৰতীয় আনদ্ধ বাদ্যযন্ত্ৰ বাদক।
- ১৯৫১লিয়াকৎ আলী খান, পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী। ৰাৱলপিণ্ডিত এক বক্তৃতা প্ৰদান কালত আততায়ীৰ গুলীত নিহত হৈছিল।
- ১৯৫৫খগেশ সেন ডেকা, অসমীয়া গৱেষক, ব্যাকৰণবিদ আৰু ভাষাবিদ।
- ১৯৭৬কুইন হাজৰিকা, ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
- ১৯৯৭নাওমি অ'ছাকা, জাপানী পেছাদাৰী টেনিছ খেলুৱৈ৷
মৃত্যু
- ১৯৮৩হৰিশ-চন্দ্ৰ, ভাৰতীয়-আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ