ইতিহাসৰ আজিৰ দিনত
৯ জানুৱাৰী
ঘটনাৱলী
- ১৯১৫জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন।
- ১৯৫১ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্ক মহানগৰ স্থিত কাৰ্য্যালয়ৰ মুকলি।
জন্ম
- ১৮৩১ফাতিমা শ্বেখ, ভাৰতীয় শিক্ষাবিদ আৰু সমাজ সংস্কাৰক।
- ১৯২২হৰগোবিন্দ খোৰানা, ভাৰতীয় বংশোদ্ভৱ নোবেল বটা বিজয়ী প্ৰখ্যাত চিকিৎসা বিজ্ঞানী।
- ১৯২৬ধৰণী বৰ্মণ, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা, পৰিচালক আৰু প্ৰযোজক।
- ১৯২৭সুন্দৰলাল বহুগুণা, ভাৰতীয় গড়ৱালী পৰিৱেশবিদ আৰু চিপকো আন্দোলনৰ নেতা।
- ১৯৫৫সুব্ৰমনিয়ম জয়শংকৰ, ভাৰতীয় কূটনীতিবিদ আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী।
- ১৯৬৫ফাৰাহ খান, ভাৰতীয় ছবি নিৰ্মাতা, ছবি প্ৰযোজক, অভিনেত্ৰী, নৃত্যশিল্পী, আৰু নৃত্য-পৰিচালক।
- ১৯৭৪ফাৰহান আখতাৰ, বলীউদ গায়ক, অভিনেতা তথা চিত্ৰ নিৰ্মাতা।
- ২০০০হিমা দাস, অসমীয়া দৌৰবিদ।
মৃত্যু
- ১৯৯৬ফিয়েৰলেচ নাদিয়া, অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন।
- ২০২৪ভূপেন উজীৰ, অসমৰ সংগীতজ্ঞ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ