ইতিহাসৰ আজিৰ দিনত
৮ জানুৱাৰী
ঘটনাৱলী
- ১৯১২"আফ্ৰিকীয় জাতীয় কংগ্ৰেছ"ৰ প্ৰতিষ্ঠা।
- ১৯১৮আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উড্ৰো ৱিলছনৰ বিখ্যাত ভাষণ।
জন্ম
- ১৮৭২হেমচন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। ১৯২৮ চনৰ ২ মে' তাৰিখে তেখেতৰ মৃত্যু হয়।
- ১৯০৮ফিয়েৰলেচ নাদিয়া, অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন।
- ১৯০৯আশাপূৰ্ণা দেৱী, বঙালী ঔপন্যাসিক আৰু কবি।
- ১৯২৬কেলুচৰণ মহাপাত্ৰ, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, গুৰু আৰু ওদিছি নৃত্যৰ প্ৰসাৰক।
- ১৯৩৩সুপ্ৰিয়া দেৱী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৩৯নন্দা কৰ্ণাটকী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪২ষ্টিফেন হকিং, বৃটেইনৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী।
- ১৯৭৩মধুলিকা লিড্ডল, ইংৰাজী ভাষাত লেখা-মেলা কৰা এগৰাকী ভাৰতীয় লেখক।
মৃত্যু
- ১৩২৪মাৰ্ক’ প’ল’, ইটালীয় ব্যৱসায়ী তথা পৰিব্ৰাজক।
- ১৬৪২গেলিলিঅ’ গেলিলি, বিখ্যাত জ্যোতিৰ্বিদ।
- ১৮৯৬পল ভেৰ্লেন, ফৰাচী কবি।
- ১৯৪১লৰ্ড বেডেন পাৱেল, বিট্ৰিছ সেনা বিষয়া, ‘স্কাউট’ শিক্ষা পদ্ধতিৰে প্ৰবৰ্তক।
- ১৯৫৫চৈয়দ মহম্মদ ছাদুল্লা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ১৯৯৩কিৰণ বালা বড়া, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ