ইতিহাসৰ আজিৰ দিনত
১০ জানুৱাৰী
ঘটনাৱলী
- ১৮৬৩লণ্ডন মহানগৰীত বিশ্বৰ প্ৰথম পাতাল ৰেল সেৱাৰ আৰম্ভণি।
- ১৮৯৪ৰঙিয়া তহচিলৰ কৃষকসকলে ব্ৰিটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে ৰঙিয়া ৰাইজমেল অনুষ্ঠিত হৈছিল।
- ১৯৪৬ৰাষ্ট্ৰসংঘৰ প্ৰথম সাধাৰণ অধিৱেশনৰ আৰম্ভ হৈছিল।
- ২০০৮দিল্লীৰ অটো এক্সপ'ত বিশ্বৰ ভিতৰত সবাতোতকৈ সূলভ মূল্যৰ গাড়ী টাটা কোম্পানীৰ এক লাখ টকীয়া টাটা নেন' গাড়ীৰ প্ৰথম প্ৰদৰ্শন।
জন্ম
- ১৮৮৩এলেক্সেই নিকলাইয়েভিচ টলষ্টয়, ৰুছ লেখক।
- ১৯১৪বেগম আখটাৰ, ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী।
- ১৯৩০ইন্দ্ৰেশ্বৰ শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বেহেলাবাদক আৰু সংগীত পৰিচালক।
- ১৯৩০বাসু চেটাৰ্জী, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
- ১৯৬০মিতালী চৌধুৰী, অসমীয়া কণ্ঠশিল্পী।
- ১৯৭৪হৃত্বিক ৰোশন, তাৰকা বলীউদ অভিনেতা।
- ১৯৮৪কাল্কী কেকলাঁ, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু লেখিকা।
মৃত্যু
- ১৭৭৮কাৰ্ল লিনিয়াছ, ছুইডেনৰ উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী।
- ১৯৫১চিনক্লেয়াৰ লিউইছ, আমেৰিকান লেখক, নাট্যকাৰ আৰু সাংবাদিক।
- ১৯৭৮সত্যেন্দ্ৰনাথ বসু, ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী।
- ১৯৮২সুধীন দাশগুপ্ত, ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী।
- ২০০৭যতিন মিপুন, অসমীয়া লেখক আৰু প্ৰশাসনিক বিষয়া।
- ২০১০শৈলধৰ বৰুৱা, ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ