ৰুক্মিণী মৈত্ৰ (জন্ম: ২৭ জুন ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ফেশ্বনৰ জগতখনত নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত মৈত্ৰই ২০১৭ চনত চাম্প ছবিৰে চলচ্চিত্ৰ জগতত অভিষেক ঘটায়।১ দেবৰ সৈতে মুঠ সাতখন ছবিত অভিনয় কৰিছে। ২০২১ বৰ্ষৰ ছবি সনকত বিদ্যুৎ জামৱালৰ বিপৰীতে অভিনয় কৰি তেখেতে বলীউডত অভিষেক ঘটায়।২
কৰ্মজীৱন
১৩ বছৰ বয়সৰ পৰাই এগৰাকী মডেল হিচাপে ৰুক্মিণীয়ে নিজৰ কৰ্মজীৱনৰ আৰম্ভ কৰিছিল।৩ ৰিলায়েন্স, লাকমে, ভোডাফোন, ছানচিলক, পেৰাচুট, টাইটান, টাটা টি, ৰাডো, এলে, হাৰ্পাৰছ বজাৰ, ফেমিনা, ৰয়েল ষ্টেগ, পিচি চন্দ্ৰ জুৱেলাৰ্ছ, ভীমা জুৱেলাৰ্ছ, আজভা, চেংকো গোল্ড, স্পেন্সৰছ, আইটিচি, ফিয়ামা ডি উইলছ, বিগ বাজাৰ এফবি, লাক্স, ইমামি আদি বিভিন্ন আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড তথা আলোচনীৰ বাবে তেওঁ মডেলিং কৰি আহিছে।৪৫৬ মাছাবা গুপ্তা, অনিতা ডংগ্ৰে, সুনীত বৰ্মা, দেৱ আৰ নীল, অঞ্জু মোদী আদি ফেশ্বন ডিজাইনাৰসকলৰ বাবেও তেওঁ মডেলিং কৰি আহিছে।৭৮৯
অভিনেতা দেবৰ বিপৰীতে চাম্প শীৰ্ষক বাংলা ছবিখনত অভিনয় কৰি মৈত্ৰই ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।১০১১ ২০১৭ চনৰ ঈদত মুক্তি পোৱা ছবিখনৰ পৰিচালক কৰিছিল ৰাজ চক্ৰৱৰ্তী।১২১৩ ছবিখন বক্সিং খেলৰ ওপৰত নিৰ্মিত প্ৰথমখন বঙালী চলচ্চিত্ৰত পৰিগণিত হৈছে।১৪১৫
ব্যক্তিগত জীৱন
ৰুক্মিণী মৈত্ৰই তেওঁৰ ব্যক্তিগত জীৱনক লাইমলাইটৰ পৰা আঁতৰাই ৰাখে। অৱশ্যে সহযোগী অভিনেতা দেবৰ সৈতে তেওঁ সম্পৰ্কত থকা বুলি জনা গৈছে।১৬
চলচ্চিত্ৰপঞ্জী
| + চাবি | এতিয়াও মুক্তি নোপোৱা চলচ্চিত্ৰসমূহক বুজায় |
| বছৰ | শিৰোনাম | ভূমিকা | ভাষা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৭ | চাম্প | জয়া সান্যাল | বাংলা | |
| ককপিট | কীৰ্তি সচদেৱ | ১৭ | ||
| ২০১৮ | কবীৰ | ইয়াছমিন খাতুন | ১৮ ১৯ | |
| ২০১৯ | কিডনেপ | মেঘনা চেটাৰ্জী | ||
| পাছৱৰ্ড | নিশা | ২০ | ||
| ২০২০ | ছুইজাৰলেণ্ড | ৰুমী | ২১ | |
| ২০২১ | সনক | অংশীকা | হিন্দী | |
| ২০২২ | কিছমিছ | ৰোহিনী সেন | বাংলা | |
| ২০২৩ | ব্যোমকেশ ও দুৰ্গ ৰহস্য | সত্যবতী | ||
| ২০২৪ | বিনোদিনী: একটি নটিৰ উপাখ্যান | বিনোদিনী দাসী | ২২২৩ | |
| বুমেৰাং | ||||
| দ্ৰৌপদী | দ্ৰৌপদী | |||
| তাৰিক | হিন্দী | |||
| টেক্কা | বাংলা | ২৪ |
ৰিয়েলিটি শ্ব’
| বছৰ | শিৰোনাম | ভূমিকা | ভাষা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৭ | দিদি নং ১ | অতিথি | বাংলা | |
| দাদাগিৰি আনলিমিটেড | ||||
| অপুৰ সংসাৰ | ||||
| ২০২০ | মিৰাক্কেল | |||
| ২০২২ | ৰান্নাঘৰ | |||
| দিদি নং ১ | প্ৰতিযোগী | |||
| দাদাগিৰি আনলিমিটেড | ||||
| ইস্মাৰ্ট জোড়ী | অতিথি | |||
| ২০২২ | ডান্স ডান্স জুনিয়ৰ ছিজন ৩ | বিচাৰক |
বঁটা আৰু মনোনয়ন
| বছৰ | পুৰস্কাৰ | বিভাগ | চলচ্চিত্ৰ | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৭ | দ্য টাইম্ছ অৱ ইণ্ডিয়া | কলিকতা টাইমছ মষ্ট ডিজায়াৰেবল উইমেন, ২০১৭ | ২৫ | ||
| দ্য টাইমছ ফিফটি মষ্ট ডিজায়াৰেবল উইমেন, ২০১৭ | ২৬ | ||||
| ২০১৮ | জিঅ' ফিল্মফেয়াৰ এৱাৰ্ডছ ইষ্ট | শ্ৰেষ্ঠ অভিষেক (মহিলা) | চাম্প ককপিট | ২৭২৮ | |
| দ্য টাইম্ছ অৱ ইণ্ডিয়া | টাইমছ পাৱাৰ উইমেন – মষ্ট প্ৰমিজিং এক্টৰ ২০১৮ | ||||
| বংগ চলচ্চিত্ৰ সাংবাদিক সন্থাৰ বঁটা | বংগ চলচ্চিত্ৰ সাংবাদিক সন্থাৰ বঁটা – মষ্ট প্ৰমিজিং এক্ট্ৰেছ ২০১৮ | ২৯ |
লগতে চাওক
- পশ্চিম বংগৰ চলচ্চিত্ৰ
তথ্যসূত্ৰ
- ↑ Who Is Rukmini Maitra? Kolkata Actor To Be Seen In Upcoming Film Sanak
- ↑ Rukmini Maitra shooting in Mumbai for her debut Hindi film - Times of India. The Times of India
- ↑ (6 June 2016). Dev is my best friend: Rukmini Maitra. The Times of India
- ↑ (6 January 2016). Make a fashion statement with shoulder-duster earrings, Model Rukmini Maitra, who loves to sport these long beauties. The Times of India
- ↑ (13 November 2014). Model Rukmini Maitra wears the newest Rado watch collection during the 'Rado Unveils Jewelry Wedding Collection' at Rado Showroom in Kolkata.. gettyimages.in
- ↑ rukmini maitra on ethnicdukaan_com. Rediff.com
- ↑ (9 September 2015). A unique fashion theatre was held introducing the label Prayash by the designer wherein city model Rukmini Maitra, the showstopper, enacted Goddess Durga. newkerala.com
- ↑ (7 September 2015). Designer Santanu Guha Thakurta introduces his label 'Prayash' depicting the story of Mahabharata and Maa Durga in the presence of celebrated model Rukmini Maitra. indiablooms.com
- ↑ (10 September 2014). OMG: Dev ready to settle down with his girlfriend! Rukmini Maitra, a city-based model has, it seems, successfully established her rule over Tollywood's hunkiest heartthrob Dev. The Times of India
- ↑ (7 November 2016). 'I can't deny that Rukmini is my pillar of strength: Dev. The Times of India
- ↑ (30 September 2016). Finally, Dev gears up to launch "girlfriend" 'Rukmini Maitra' in a special project to be directed by another friend — filmmaker Raj Chakrabarty. The Times of India
- ↑ (30 September 2016). An interview with Rukmini Maitra. Anandabazar Patrika
- ↑ (4 October 2016). Rukmini will be making her acting debut in his upcoming production to be directed by Raj Chakraborty.. Hindustan Times
- ↑ (25 November 2016). Spot the champ-Dev and Rukmini hit it out of the ring with chaamp. The Telegraph (India)
- ↑ (11 November 2016). CHECK MATE! – Dev-Rukmini get chatty with t2. The Telegraph (India)
- ↑ Ghosh, Sankha. (28 April 2022). When will Dev marry Rukmini Maitra?. The Times of India
- ↑ Shreyanka Mazumdar. (14 June 2017). Cockpit takes off on a 'remake' poster!. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Ganguly, Ruman. (1 January 2018). Tolly films to look out for this year. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (13 April 2018). Kabir. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Taran Adarsh. (23 February 2019). ''Filming begins today.. First look poster of #Bengali film #Password.. Stars Dev, Parambrata, Paoli Dam, Rukmini Maitra and Adrit.. Directed by Kamaleswar Mukherjee.. 4 Oct 2019 release. t.co/kuwuhJk8hz'';
- ↑ Abir Chatterjee-Rukmini Maitra starrer 'Switzerland' set for World TV Premiere - Times of India. The Times of India
- ↑ Ramachandran, Naman. (5 September 2022). Rukmini Maitra to Lead Ram Kamal Mukherjee’s Bengali Theater Actor Biopic ‘Binodiini’ (EXCLUSIVE). Variety
- ↑ Rukmini Maitra's iconic look as ‘Binodiini’: Here’s everything you need to know about how it all happened. The Times of India
- ↑ টেক্কা! সৃজিতৰ ছবিত দেব, পৰম, স্বস্তিকা, ৰুক্মিণী, সংগীতত অনুপম!. Editorji
- ↑ Calcutta Times Most Desirable Woman 2017: Rukmini Maitra - Times of India. The Times of India
- ↑ Here are the other winners of The Times 50 Most Desirable Women 2017 - Times of India. The Times of India
- ↑ Ruman Ganguly. (28 February 2018). Calcutta Times Most Desirable Woman 2017: Rukmini Maitra. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (17 February 2018). All winners of the Jio Filmfare Awards (East) 2018. Filmfare
- ↑ Ruman Ganguly. (10 May 2018). জয়া-ৰুক্মিণীৰ জয় জয়কাৰ, জানি লওক কোনে সৰ্বোত্তম সন্মান পালে. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুক্মিণী মৈত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৭৬৫৫৩ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।