ইধিকা পাল (Idhika Paul; জন্ম: ২ জুলাই ১৯৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী ভাষাৰ ধাৰাবাহিক আৰু চলচ্চিত্ৰসমূহত অভিনয় কৰে।২ তেওঁ বেছিভাগেই টলিউড আৰু ঢালিউড চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ২০২৪ চনত, তেওঁ একশ্যন নাট্যধৰ্মী ছবি খাদানত অভিনয়েৰে খ্যাতি লাভ কৰিছিল। ছবিখনত তেওঁ অভিনেতা দেবৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।৩
শিক্ষা
পালে কলকাতাৰ পাটুলিৰ কে.কে. দাস মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।
কৰ্মজীৱন
২০২৩ চনত, হিমেল আশ্ৰাফ পৰিচালিত প্ৰিয়তমা নামৰ ছবিত অভিনয়েৰে ইধিকা পালে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।৪ ২০২৪ চনত, অভিনেতা দেবৰ বিপৰীতে খাদানত অভিনয়েৰে টলিউডতো অভিষেক ঘটায়।৫ এটা সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰে যে তেওঁ সৰুৰে পৰা দেবৰ ডাঙৰ অনুৰাগী আছিল আৰু তেওঁৰ সৈতে কাম কৰাৰ সৌভাগ্য হ’ব বুলি কেতিয়াও ভবা নাছিল।৬ তেওঁ এই চলচ্চিত্ৰখনৰ বাবে ব্যাপকভাৱে স্বীকৃতি লাভ কৰাৰ লগতে ছবিখনত তেওঁৰ প্ৰাণৱন্ত অভিনয়ো প্ৰশংসিত হৈছিল।৭
চলচ্চিত্ৰপুঞ্জী
| + চলচ্চিত্ৰৰ ক্ৰেডিটসমূহৰ তালিকা | ||||
| বৰ্ষ | শিৰোনাম | ভূমিকা | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০২৩ | প্ৰিয়তমা | ইতি | প্ৰথম চলচ্চিত্ৰ; বাংলাদেশী চলচ্চিত্ৰ | ৮ |
| ২০২৪ | খাদান | লতিকা | টলিউডত আত্মপ্ৰকাশ | ৯ |
| ২০২৫ | পোষ্ট প্ৰডাকচন | ১০ | ||
| চিত্ৰগ্ৰহণ; বাংলাদেশী চলচ্চিত্ৰ | ১১ | |||
| ঘোষিত | ১২ |
দূৰদৰ্শন
| + টেলিভিছনৰ ক্ৰেডিটসমূহৰ তালিকা | |||||
| বৰ্ষ | ধাৰাবাহিক | চৰিত্ৰ | নেটৱৰ্ক | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৯ | আৰব্য ৰজনী | ৰাজকুমাৰী ৰাণী | কালাৰ্স বাংলা | এপিচʼডিক ভূমিকা | ১৩ |
| ২০১৯–২০২০ | কপালকুণ্ডলা | পদ্মাৱতী | ষ্টাৰ জলছা | নেতিবাচক চৰিত্ৰ | ১৪ |
| ২০১৯–২০২১ | বেদেৰ মেয়ে জ্যোৎস্না | লক্ষ্মী | ছান বাংলা | পাৰ্শ্ব চৰিত্ৰ | ১৫ |
| ২০২১ | ৰিমলি | ৰিমলি | জি বাংলা | মুখ্য চৰিত্ৰ | ১৬ |
| ২০২২ | পিলু | ৰঞ্জিনী বসু মল্লিক "ৰঞ্জা" | নেতিবাচক চৰিত্ৰ | ১৭ |
মহালয়া
- নানাৰূপে মহামায়া - দেৱী চামুণ্ডা (জি বাংলা মহালয়া ২০২১)১৮
- সিংহবাহিনী ত্ৰিনয়নী - দেৱী চণ্ডিকা (জি বাংলা মহালয়া ২০২২)১৯
বঁটা
| বৰ্ষ | বঁটা | শিতান | চৰিত্ৰ | চলচ্চিত্ৰ/টিভি অনুষ্ঠান |
|---|---|---|---|---|
| ২০২৩ | জি বাংলা সোণাৰ সংসাৰ বঁটা ২০২৩ | প্ৰিয় নবৌ | ৰঞ্জা | পিলু |
| ২০২৫ | আনন্দলোক বঁটা | শ্ৰেষ্ঠ নৱাগতা নাৰী | লতিকা | খাদান |
তথ্যসূত্ৰ
- ↑ (2 July 2022). Bengali actress Idhika Paul turns a year older. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (2 January 2024). ‘খাদান’-এ দেবেৰ বিপৰীতে ইধিকা, কেৰিয়াৰেৰ শুৰুতে তাঁৰ কি শত্ৰু বাড়ল? উত্তৰ দিলেন অভিনেত্ৰী. আনন্দবাজাৰ পত্ৰিকা
- ↑ Samadder, Tulika. (2 February 2024). Raghu Dakat: ৰঘু ডাকাতেৰ মহৰতে দেব-অনিৰ্বাণ-ইধিকা-সহ আৰ কাৰা? ভাইচাৰাৰ বাৰ্তা সৃজিতেৰ মুখে. হিন্দুস্তান টাইমছ
- ↑ (7 November 2024). ৩ নভেম্বৰ ভাৰতে মুক্তি পেয়েছে শাকিব খান এবং ইধিকা পাল অভিনীত ছবি ‘প্ৰিয়তমা’।. আনন্দবাজাৰ পত্ৰিকা
- ↑ (28 August 2024). এ বাৰেৰ বড়দিনে অ্যাকশন অবতাৰে দেব, বিপৰীতে ইধিকাও লড়াইয়েৰ দৃশ্যে অভিনয় কৰবেন?. আনন্দবাজাৰ পত্ৰিকা
- ↑ (12 December 2024). দেবদা খুব ‘ফ্ৰেণ্ডলি’, সুপাৰষ্টাৰেৰ বিপৰীতে কাজ কৰা বড় প্ৰাপ্তি: ইধিকা. আনন্দবাজাৰ পত্ৰিকা
- ↑ Kanji, Subhasmita. (20 December 2024). Khadaan Review: বলিউড-দক্ষিণ নয়, টলিউডও পাৰে, প্ৰমাণ কৰলেন দেব! অ্যাকশন থেকে নাচ-গানে ঠাসা খাদান কেমন হল?. হিন্দুস্তান টাইমছ
- ↑ khadaan, khadaan. khadaan
- ↑ Khadaan: Idhika Paul is Dev's new actress. OTTPlay
- ↑ (19 September 2024). বকেয়া পাৰিশ্ৰমিক নিয়ে জটিলতা! 'বহুৰূপ'-এৰ শুটিং কি বন্ধ? মুখ খুললেন পৰিচালক. Anandabazar Online
- ↑ (22 October 2024). ‘প্ৰিয়তমা’ৰ সাফল্যেৰ পৰ ফেৰ শাকিবেৰ সঙ্গে জুটি বাঁধছেন অভিনেত্ৰী ইধিকা পাল।. আনন্দবাজাৰ পত্ৰিকা
- ↑ (5 February 2025). ঘোড়াৰ পিঠে দেব, শুৰু কৰে দিলেন 'ৰঘু ডাকাত'-এৰ প্ৰস্তুতি. ABP Ananda
- ↑ (14 March 2019). 'Arabya Rajani' to narrate the story of Aladdin. Times of India
- ↑ বিলকিস, মৌসুমী. (25 November 2019). কপালকুণ্ডলা নিয়ে নতুন সিৰিয়াল, প্ৰযোজনায় ৰাজ চক্ৰবৰ্তী. আনন্দবাজাৰ পত্ৰিকা
- ↑ (10 September 2020). Fantasy-drama 'Beder Meye Jyotsna' completes 500 episodes. Times of India
- ↑ (4 February 2021). TV show 'Rimli' to launch on February 15. Times of India
- ↑ (21 April 2022). Bengali television show 'Pilu' crosses 100 episodes; team celebrates. Times of India
- ↑ চৌধুৰী, সৌমিতা. (23 September 2021). Mahalaya 2021 on Television: মহালয়ায় আদ্যাশক্তি শুভশ্ৰী! মিঠাই -অপু -শ্যামাদেৰ দেখা যাবে দেবীৰ কোন ৰূপে?. Aaj Tak
- ↑ (13 September 2022). Mahalaya 2022 on Television: মহিষাসুৰমৰ্দিনী শুভশ্ৰী! দেবীৰ অন্যান্য ৰূপে থাকছেন মিঠাই, গৌৰী, যমুনাৰা. Aaj Tak
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইধিকা পাল” প্ৰবন্ধৰ সংশোধন ৪৮৭৩৯৫ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।