অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দৰ্শনা বণিক

দৰ্শনা বনিক এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী যি প্ৰাথমিকভাৱে বাংলা চলচ্চিত্ৰ উদ্যোগৰ বাবে কাম কৰে। তেওঁ কালাৰ্ছ (আলোচনী), ভোডাফোন আৰু বৰোলাইনৰ দৰে বিভিন্ন ব্ৰেণ্ডৰ মডেল আৰু ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।

হালনাগাদ: ১৯ মে’ ২০২৬ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

দৰ্শনা বনিক''' এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী যি প্ৰাথমিকভাৱে বাংলা চলচ্চিত্ৰ উদ্যোগৰ বাবে কাম কৰে।১২৩৪৫৬৭ তেওঁ কালাৰ্ছ (আলোচনী), ভোডাফোন আৰু বৰোলাইনৰ দৰে বিভিন্ন ব্ৰেণ্ডৰ মডেল আৰু ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।৮৯১০১১

প্ৰাৰম্ভিক জীৱন

দৰ্শনা বনিকৰ জন্ম ভাৰতৰ পশ্চিমবংগত হৈছিল। তেওঁ ইষ্ট কলিকতা গাৰ্লছ কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তাই যেতিয়া ছাত্ৰী আছিল তেতিয়া মডেলিং আৰম্ভ কৰিছিল।১২১৩১৪১১৫

দৰ্শনা বনিকে ২০২৩ চনৰ ১৫ ডিচেম্বৰত অভিনেতা সৌৰভ দাসক বিয়া কৰাইছিল।১৬

ফিল্মোগ্ৰাফী

Denotes films that have not yet been released
বছৰশিৰোনামভূমিকাভাষানোটস্তথ্যসূত্ৰ
২০১৮আসছে আবাৰ শবৰবাংলাপ্ৰথম চলচ্চিত্ৰ১৭ ১৮
জোজো১৯
আমি আসবো ফিৰে২০
ল্যাবৰেটৰী২১
আতাগাল্লুঅঞ্জলিতেলেগু২২
২০১৯মুখোমুখীবাংলা২৩
নেটৱাৰ্কপ্ৰেমা২৪
হুলোৰ২৫
২০২১শোৰোৰিপু ২: জোতুগ্ৰিহো২৬
২০২২বাংগাৰৰাজুঅপ্সৰাতেলেগু
ব্লেকহানিকা২৭
ডাইব্বুকনোৰাহহিন্দী২৮
অপাৰেচন সুন্দৰবনডঃ অদিতিবাংলাবাংলাদেশ চলচ্চিত্ৰ২৯
প্ৰতিঘাতজি৫
য়াৰাক্কুম আনজায়েলতামিলচিত্ৰগ্ৰহণ৩০
অল্পো হোলেও চটিবাংলা৩১
জালবন্দী
মৃগয়া
অন্তৰাত্মাবাংলাদেশ চলচ্চিত্ৰ; পোষ্ট-প্ৰডাকচন৩২
২০২৩লিপষ্টিকবাংলাদেশ চলচ্চিত্ৰ, ঘোষণা কৰা হৈছে৩৩

ৱেব সিৰিজ

বছৰসিৰিজওটিটিচৰিত্ৰনোটস্
২০১৮সিক্সহোইচোইৰিখিয়া৩৪
২০১৯বৌ কেনো চাইকোহোইচোইচিজনত ১
২০২১বোমকেশহোইচোইবিনা মল্লিকচিজনত ৬
২০২১হেলো মিনিএমএক্স প্লেয়াৰতিষ্টা (হেকাৰ গাৰ্ল)চিজনত ২,৩

টেলিভিছন

বছৰধাৰাবাহিকচৰিত্ৰচেনেলনোটস্
২০২০লকডাউন ডায়েৰী - গাল্পো হোলেও চটিজি বাংলাবিবাহা বৰশিকি খণ্ডটোত

তথ্যসূত্ৰ

  1. ↑ Ghosal, Sharmistha. (1 February 2019). 'I am crazy about SS Rajamouli films', says Tolly actor and model Darshana Banik. www.indulgexpress.com
  2. ↑ Nara Rohith to romance Bengali beauty Darshana Banik in 'Aatagallu'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ ডটকম, গ্লিটজ প্রতিবেদক বিডিনিউজ টোয়েন্টিফোর. আৰ্কাইভ কপি. Bdnews24.com
  4. ↑ Darshana Banik's fangirl moment with King Khan. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ bn:‘শরীর নিয়ে আত্মবিশ্বাসী তাই সুইম স্যুট পরেছি’. আনন্দবাজাৰ পত্ৰিকা
  6. ↑ Darshana Banik debuts in Telegu cinema. The Times of India
  7. ↑ Sarkar, Roushni. Darshana Banik to star in Abhimanyu Mukherjee's upcoming comedy. Cinestaan
  8. ↑ সাহা, দীপান্বিতা মুখোপাধ্যায় ঘোষ ও পারমিতা. bn:মডেলিং থেকে বড় পরদায় পাড়ি দিচ্ছেন বাঙালি মডেলরা. anandabazar.com
  9. ↑ (4 June 2019). bn:রাজীবের নতুন ছবিতে এলেন দর্শনা. Indian Express
  10. ↑ jalapathy. (23 August 2018). Aatagallu - Movie Review. Telugucinema.com
  11. ↑ Darshana Banik to work with Soham and Priyanka Sarkar in a film. The Times of India
  12. ↑ bn:ভারতীয় বন্ধু যখন গানের মডেল. Prothom Alo
  13. ↑ এবেলা.ইন, শাঁওলি. bn:এই মাসের শেষেই ‘ইচ্ছাপূরণ’, জানালেন দর্শনা. Ebela
  14. ↑ Tanmayi, AuthorBhawana. Darshana Banik in love with her work. Telangana Today
  15. ↑ Adivi, Sashidhar. (4 July 2018). I took a giant leap to the big screen: Darshana Banik. Deccan Chronicle
  16. ↑ The Times of India. (16 December 2023). Actors Saurav Das and Darshana Banik get married
  17. ↑ Darshana Banik is a crazy fan of S.S. Rajamouli!. The Times of India
  18. ↑ Video: Actress Darshana Banik accepts the 'Kiki' challenge. The Times of India
  19. ↑ Desired Philosophy. Risingbd.com
  20. ↑ Aami Ashbo Phirey Movie Review {3/5}: Critic Review of Aami Ashbo Phirey by Times of India
  21. ↑ Darshana and Anirban star in Laboratory, a Tagore special film
  22. ↑ Is Darshana dating Nishan Nanaiah. The Times of India
  23. ↑ Mukhomukhi trailer: The film will not be an easy one for the audience. Cinestaan.com
  24. ↑ Darshana plays a cameo in Network. The Times of India
  25. ↑ Abhimanyu's 'Hullor' blends the flavour of North and South Kolkata. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  26. ↑ Saswata and Chiranjeet in Ayan Chakraborty's 'Shororipu 2: Jotugriho'. The Times of India
  27. ↑ Darshana to resume shoot for Telugu film, Black, in Hyderabad from July. The Times of India
  28. ↑ Darshana Banik makes her Hindi film debut with Jay Krishnan's Ezra
  29. ↑ Darshana Banik plays the lead in a Bangladeshi film. The Times of India
  30. ↑ Darshana to debut in Tamil films. The Times of India
  31. ↑ Alpo Holeo Sotte: Saurabh, Darshana, Rishabh, Srijani's look revealed. Zee News
  32. ↑ (6 March 2021). Shooting of Shakib's 'Antaratma' begins in Pabna. Channel i
  33. ↑ jagonews24.com. ‌'Kolkata's Darshana is the heroine of 'Lipstick'. jagonews24.com
  34. ↑ SIX's ! Psychological thriller in Bengali web series. Ei Samay

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীপশ্চিমবঙ্গৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৰ্শনা বণিক” প্ৰবন্ধৰ সংশোধন ৬০৭১৮১ (১৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।