অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অভিনয়া (অভিনেত্ৰী)

অভিনয়া এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু, কন্নড় আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। তাই শ্ৰৱণ আৰু বাক দুয়োটা দিশতে বিশেষভাৱে সক্ষম। তেওঁ নাডোডিগাল (২০০৯) চলচ্চিত্ৰৰ যোগেদি অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল আৰু তাৰ পিছত বহুতো তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।

হালনাগাদ: ১৭ অক্টোবৰ ২০২৫ ৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অভিনয়া এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল ভাষা, তেলুগু ভাষা, কন্নড় ভাষা আৰু মালয়ালম ভাষা চলচ্চিত্ৰত অভিনয় কৰে।১ তাই শ্ৰৱণ আৰু বাক দুয়োটা দিশতে বিশেষভাৱে সক্ষম।২৩ তেওঁ নাডোডিগাল (২০০৯) চলচ্চিত্ৰৰ যোগেদি অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল আৰু তাৰ পিছত বহুতো তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।

তথ্যসূত্ৰ

  1. ↑ (16 July 2009). Eesan Abhinaya gets more offers. Southdreamz
  2. ↑ 'Nadodigal' Abhinaya does the talking through lap-top. Chennaionline
  3. ↑ (28 January 2010). http://www.hindu.com/mp/2010/01/28/stories/2010012851470100.htm

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীদাক্ষিণাত্যৰ অভিনেত্ৰীবধিৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিনয়া (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৪৩৯৭১ (১৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।