অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এদ্ৰিয়ান ৱেডৱিত্জ

এদ্ৰিয়ান ৱেডৱিত্জ (Adrianne Wadewitz) (জানুৱাৰী ৬, ১৯৭৭ – এপ্ৰিল ৮, ২০১৪) এজন ১৮ শতিকাৰ ব্ৰিটিছ সাহিত্যৰ আমেৰিকাৰ ফেমিনিষ্ট স্ক’লাৰ, লগতে তেওঁ ৱিকিপিডিয়াত লৈংগিক বিষয়সমূহৰ ওপৰত আলোকপাত কৰা এজন ৱিকিপিডিয়ান। ২০১৪ চনৰ এপ্ৰিল মাহত ৱেডৱিত্জে শৈলাৰোহণ কৰি থকা অৱস্থাত পৰি মূৰত আঘাত পাই মৃত্যু হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

এদ্ৰিয়ান ৱেডৱিত্জ (Adrianne Wadewitz) (জানুৱাৰী ৬, ১৯৭৭ – এপ্ৰিল ৮, ২০১৪) এজন ১৮ শতিকাৰ ব্ৰিটিছ সাহিত্যৰ আমেৰিকাৰ ফেমিনিষ্ট স্ক’লাৰ, লগতে তেওঁ ৱিকিপিডিয়াত লৈংগিক বিষয়সমূহৰ ওপৰত আলোকপাত কৰা এজন ৱিকিপিডিয়ান। ২০১৪ চনৰ এপ্ৰিল মাহত ৱেডৱিত্জে শৈলাৰোহণ কৰি থকা অৱস্থাত পৰি মূৰত আঘাত পাই মৃত্যু হয়।

প্ৰাৰম্ভিক জীৱন

পিতৃ-মাতৃৰ একমাত্ৰ সন্তান এদ্ৰিয়ানে ৬ জানুৱাৰী, ১৯৭৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাব্ৰাস্কা ৰাজ্যৰ ওমাহা চহৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল নাথান আৰ. ৱেডৱিত্জ আৰু মাতৃৰ নাম আছিল বেট্টি এম.।১ তেওঁ নৰ্থ প্লাটে হাই স্কুল, নাব্ৰাস্কাৰ পৰা ১৯৯৫ চনত ডিগ্ৰী পাছ কৰিছিল।২ ৱেডৱিত্জয়ে ১৯৯৯ চনত ইংৰাজী সাহিত্যত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ২০১১ চনত তেওঁ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে আৰু অক্সিেডেণ্টেল কলেজৰ চেণ্টাৰ ফৰ ডিজিটেল লাৰ্নিং এণ্ড ৰিচাৰ্ছত এজন পোষ্ট ডক্টৰে্ট ফেল’ হিচাপে গৱেষণা কৰিবলৈ লয়। তেওঁ মেলন ডিজিটেল স্ক’লাৰচিপ পোষ্ট ডক্টৰেল ফেল’ আৰু HASTAC স্ক’লাৰ হিচাপে নিৰ্বাচিত হয়।৩

শৈক্ষিক জীৱন

শিক্ষা

ৱেডৱিত্জে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা উচ্চ প্ৰশংসিত স্নাতক ডিগ্ৰী লাভ কৰে, আৰু পিছত ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষা (ব্ৰিটিছ)ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ডক্তৰ অফ ফিল’চ’ফি ডিগ্ৰী লাভ কৰে।৪ তেওঁৰ থেচিচৰ বিষয় আছিল Doubting Thomas': The Failure of Religious Appropriation in The Age of Reason (2003),

৫ আৰু তেওঁৰ ডক্টৰেল ডিজাৰ্টেচন আছিল 'Spare the Sympathy, Spoil the Child:' Sensibility, Selfhood, and the Maturing Reader, 1775–1815 (2011)। ৬

"৭

"৭

"৮

ৱিকিপিডিয়া সম্পাদনা আৰু প্ৰচাৰ

ৱেডৱিত্জে ২০০৪ চনত প্ৰথম ৱিকিপিডিয়াত সম্পাদনা কৰিছিল,

৯ আৰু তেওঁ মহিলা লেখিকা আৰু স্ক’লাৰৰ ওপৰত কেইবাটাও প্ৰবন্ধৰ সৃষ্টি কৰি অভিলেখ গঢ়িছিল।

১০ তেওঁ বৰ্তমানলৈ ৫০ হাজাৰৰো অধিক প্ৰবন্ধৰ সৃষ্টি কৰিছে।

মৃত্যু

অক্সিডেণ্টেল কলেজত এড্ৰিয়ান ৱেডৱিত্জলৈ কৰা ডিজিটেল মাধ্যমত শ্ৰদ্ধাৰ্ঘ
অক্সিডেণ্টেল কলেজত এড্ৰিয়ান ৱেডৱিত্জলৈ কৰা ডিজিটেল মাধ্যমত শ্ৰদ্ধাৰ্ঘছবি: Holly Cheng · CC BY-SA 3.0

২০১৪ চনৰ 8 এপ্ৰিলত যচুৱা ৰাষ্ট্ৰীয় উদ্যানত শৈলাৰোহণ কৰোঁতে দুৰ্ঘটনাবশতঃ মুৰত আঘাত লাগি ৱেডউইটজৰ মৃত্যু হয়।

১১১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Woo, Elaine. (April 23, 2014). Adrianne Wadewitz dies at 37; helped diversify Wikipedia. Los Angeles Times
  2. ↑ Wetzel, Diane. (April 23, 2014). North Platte grad, 37, Wikipedia editor, dies in climbing fall. Omaha World Herald. World-Herald News Service
  3. ↑ Davidson, Cathy. Remembering Adrianne Wadewitz: Scholar, Communicator, Teacher, Leader. HASTAC
  4. ↑ Curriculum Vitae of Adrianne Wadewitz. Academia.edu
  5. ↑ Wadewitz, Adrianne. 'Doubting Thomas': The Failure of Religious Appropriation in The Age of Reason. Indiana University
  6. ↑ Wadewitz, Adrianne. (2011). 'Spare the Sympathy, Spoil the Child:' Sensibility, Selfhood, and the Maturing Reader, 1775–1815. Order Number 3466388. Indiana University
  7. ↑ Wadewitz (2011), p. vi
  8. ↑ Wadewitz (2011), p. vii
  9. ↑ Marta Serafini. (April 21, 2014). Addio ad Adrianne Wadewitz, paladina delle donne su Wikipedia. Corriere della Sera
  10. ↑ Wholf, Tracy. (May 18, 2014). 'Wikipedian' editor took on website's gender gap. PBS NewsHour
  11. ↑ Albrinck, Jennie. (April 1, 2014). Busy Weekend for Search and Rescue at Joshua Tree National Park. Joshua Tree National Park
  12. ↑ Newkirk, Barrett. (April 18, 2014). Wikipedia editor Adrianne Wadewitz dies in Palm Springs. The Desert Sun

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এদ্ৰিয়ান ৱেডৱিত্জ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৮০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।