ঘটনাৱলী
- ১৮৩৭ - এথেন্স বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় গ্ৰীচত।
- ১৯১৩ - প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰ মুক্তি লাভ কৰে।
- ১৯৩৭ - মাৰ্গাৰেট মিচেল, তেখেতে “Gone with the Wind” নামৰ কিতাপখনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে।
জন্ম
- ১৯৪৩ - অপূৰ্ব শৰ্মা, সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত গল্পকাৰ তথা ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত চলচ্চিত্ৰ সমালোচক।
- ১৯৫৬ - কাৰ্ল' ৰ'ভেল্লী, ইটালিয়ান পদাৰ্থবিজ্ঞানী আৰু লেখক।
- ১৯৫৯ - উমা ভাৰতী, ভাৰতীয় ৰাজনীতিবিদ।
মৃত্যু
- ১৯৩৪ - লক্ষ্মীধৰ শৰ্মা, অসমীয়া গল্পকাৰ। 'ছিৰাজ' গল্পৰ স্ৰষ্টা।
- ১৯৬৯ - জাকিৰ হুছেইন, ৰাজনীতিবিদ, ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি। (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৮৯৭)।
- ১৯৮১ - নাৰ্গিছ ভাৰতীয় অভিনেত্ৰী। (জন্ম: ১ জুন, ১৯২৯)
- ১৯৮৮ - প্ৰেমেন্দ্ৰ মিত্ৰ, বাংলা কল্লোল যুগৰ সাহিত্যিক। (জন্ম: ৪ ছেপ্টেম্বৰ, ১৯০৪)
- ২০০২ - কীৰ্তিনাথ হাজৰিকা, অসমীয়া সাহিত্যিক। (জন্ম: ২২ আগষ্ট, ১৯২২)
দিৱস
- বিশ্ব মুক্ত গণমাধ্যম দিৱস।
- আন্তৰ্জাতিক সূৰ্য দিৱস।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৩৮৮১ (২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।