শাকিব খান (জন্ম: ২৮ মাৰ্চ ১৯৭৯) এগৰাকী বাংলাদেশৰ চলচ্চিত্ৰ অভিনেতা যিয়ে বঙালী চলচ্চিত্ৰত কাম কৰে। তেওঁ ১৯৯৯ চনত ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ অনন্ত ভালোবাসাৰ জৰিয়তে অভিনয়ৰ সূচনা কৰিছিল আৰু এইখন এখন বাণিজ্যিকভাৱে সফল ছবি আছিল। শাকিবে তেতিয়াৰে পৰা সবাই তো সুখী হতে চায় আৰু দুজন দুজনাৰত (দুয়োখন ২০০০ চন) অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৯৭৯ চনৰ ২৮ মাৰ্চ মাহত জন্মগ্ৰহণ কৰা শাকিব খানৰ জন্ম নাম আছিল মাছুদ ৰনা। তেওঁৰ পিতৃ আৱদুৰ ৰৱ আছিল চৰকাৰি চাকৰিয়াল আৰু মাতৃ নুৰ জাহান গৃহিণী।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাকিব খান” প্ৰবন্ধৰ সংশোধন ৫৬৫৪৭৬ (২১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।