অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰফুল্ল ৰাজগুৰু

প্ৰফুল্ল ৰাজগুৰু আছিল অসমৰ এগৰাকী শিক্ষাবিদ, সাংবাদিক আৰু লেখক। ১৯৯৭ চনত যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী হিচাপে অৱসৰ লোৱা ৰাজগুৰুৱে আমাৰ অসম কাকতৰ আৱাসিক সম্পাদকৰূপে ২০০০ চনলৈকে কাৰ্যনিবাহকৰিছিল।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৪ ৩১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰফুল্ল ৰাজগুৰু আছিল অসমৰ এগৰাকী শিক্ষাবিদ, সাংবাদিক আৰু লেখক। ১৯৯৭ চনত যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী হিচাপে অৱসৰ লোৱা ৰাজগুৰুৱে আমাৰ অসম কাকতৰ আৱাসিক সম্পাদকৰূপে ২০০০ চনলৈকে কাৰ্যনিবাহকৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ প্ৰবীণ সাংবাদিক, আমাৰ অসমৰ প্ৰাক্তন আবাসীক সম্পাদক প্ৰফুল্ল ৰাজগুৰু আৰু নাই. অসমীয়া প্ৰতিদিন

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰফুল্ল ৰাজগুৰু” প্ৰবন্ধৰ সংশোধন ৪৪৮০১৯ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।