অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অপৰ্ণা দীক্ষিত

অপৰ্ণা দীক্ষিত (Aparna Dixit; জন্ম ২০ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় টেলিভিচন অভিনেত্ৰী। ২০১৩ চনত ষ্টাৰপ্লাছৰ পৌৰাণিক ধাৰাবাহিক 'মহাভাৰত'ত তেওঁ অম্বিকাৰ চৰিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অপৰ্ণা দীক্ষিত (Aparna Dixit; জন্ম ২০ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় টেলিভিচন অভিনেত্ৰী। ২০১৩ চনত ষ্টাৰপ্লাছৰ পৌৰাণিক ধাৰাবাহিক 'মহাভাৰত'ত তেওঁ অম্বিকাৰ চৰিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। তেওঁ লাইফ অকেৰ নাটক চিৰিজ 'কেলাশ'ত দেৱীকা গৰেৱালৰ চৰিত্ৰত সৰ্বাধিক পৰিচিত হৈছিল আৰু টেলিভিচন ধাৰাবাহিক 'পবিত্ৰ ৰিস্তা' আৰু 'ইয়ে দিল সুন ৰাহা হ্যে'ত অভিনয় কৰিছিল। তেওঁ চনী টিভিৰ ২০১৭ চনৰ চিৰিজ 'পোৰস'ত আলেকজাণ্ডাৰ দ্যা গ্ৰেটৰ পত্নী ৰুক্সানাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ কালাৰ্চ টিভিৰ শ্ব’ 'বেপানাহ প্যাৰ'ত বাণীৰ চৰিত্ৰত উপস্থিত হৈছিল। বৰ্তমান তেওঁ ডংগল টিভিৰ শ্ব’ 'প্যাৰ কি লুকা ছুপি'ৰ মুখ্য ভূমিকা ৰচনা কৰিছে।

জন্ম পৰিচয়

দীক্ষিতে ১৯৯১ চনৰ ২০ অক্টোবৰত উত্তৰপ্ৰদেশৰ আগ্ৰাত জন্মগ্ৰহণ কৰে।

প্ৰাৰম্ভিক জীৱন

দীক্ষিতে তেওঁৰ শিক্ষা জীৱন আগ্ৰাৰ হোলী পাব্লিক স্কুলৰ পৰা আৰম্ভ কৰে। তেওঁ ভৌতিক বিজ্ঞানত (অনাৰ্চ) বিএছচি ডিগ্ৰী দিল্লী বিশ্ববিদ্যালয়ৰ পৰা লয়।

টেলিভিচন

চনধাৰাবাহিকচৰিত্ৰচেনেলটোকা
২০১৩– ২০১৪মহাভাৰতঅম্বিকাষ্টাৰপ্লাছ
পবিত্ৰ ৰিস্তামানসীজী টিভি
২০১৪– ২০১৫মেৰী আশিকী তুম সে হীগৌৰিকালাৰ্চ টিভি
য়ে দিল সুন ৰহা হ্যেপুৰৱী সিংSony Pal
২০১৫– ২০১৭কেলাশদেৱীকা গৰেৱাললাইফ অকে
২০১৬বক্স ক্ৰিকেট লীগনিজেকালাৰ্চ টিভি
২০১৮পোৰসৰুক্সানাচনী টিভি১
লাল ইস্কসাৱিত্ৰীএণ্ডটিভিএপিচ’দিক ভূমিকা
২০১৯বেপানহা প্যাৰবাণী ৰঘুবীৰ মালহোত্ৰাকালাৰ্চ টিভি২
খাট্ৰা খাট্ৰা খাট্ৰানিজে
২০১৯–বৰ্তমানপ্যাৰ কী লুকা চুপিসৃষ্টি যাদৱডংগল টিভি

তথ্যসূত্ৰ

  1. ↑ Rajveer. #Woah! Aparna Dixit is all set to make a return to TV and bags the show Porus!. Televisions World
  2. ↑ Aparna Dixit to play Pearl V Puri's wife on 'Kasam 2' - Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপৰ্ণা দীক্ষিত” প্ৰবন্ধৰ সংশোধন ৩৭৯৬৯৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।