বীৰেন্দ্ৰ সেহৱাগ ( वीरेन्द्र सहवाग), (জন্ম: ২০ অক্টোবৰ ১৯৭৮) ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ এজন প্ৰখ্যাত খেলুৱৈ। বীৰু, নাজাফগড়ৰ নবাব আৰু আধুনিক ক্ৰিকেটৰ জেন মাষ্টাৰ নামেৰেও তেওঁ পৰিচিত।১ ২ ১৯৯৯ চনত এদিনীয়া আন্তৰ্জাতিক মেচত তেওঁৰ অভিষেক ঘটে আৰু ২০০১ চনত ভাৰতীয় টেষ্ট ক্ৰিকেট দলত স্থান লাভ কৰে। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ২১৯ ৰানৰ ব্যক্তিগত শ্ৰেষ্ঠত্বৰে এই শাখাত অভিলেখধাৰী হিচাপে স্বীকৃতি লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Mukul Kesavan (8 November 2010). "Cricket's modern Zen master". espncricinfo.com. Retrieved 22 November 2010
- ↑ Mukul Kesavan (7 November 2010)."THE ZEN MASTER: – Sehwag or the art of concentration maintenance". The Telegraph. Kolkota, India. Retrieved 22 November 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰেন্দ্ৰ সেহৱাগ” প্ৰবন্ধৰ সংশোধন ৫৭০১২৫ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।