অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৯ জানুৱাৰী

১৯ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য

হালনাগাদ: ১৯ জানুৱাৰী ২০২৪ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

১৯ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য

ঘটনাৰাজী

  • ১৯০১ – ৰাণী ভিক্টোৰিয়া, যুক্তৰাজ্যৰ ৰাণী, পক্ষাঘাতত আক্ৰান্ত। তেখেত তিনিদিন পিছত ৮১ বছৰ বয়সত মৃত্যু হয়।
  • ১৯৬৮ - অমৰ পাঠক পৰিচালিত ‘‘সংগ্ৰাম’’ নামৰ কথাছবিখনে মুক্তি পাইছিলে।
  • ১৯৭২ - অসম আন্দোলন অন্যতম ফচল অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
  • ১৯৮১ - ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ ‘এপল’ (Apple: Ariane Passenger Payload Experiment) সফলতাৰে উৎক্ষেপণ কৰা হয়। দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰুৰ (Kourou) এই উপগ্ৰহ উৎক্ষেপণ কৰা হয়।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪০২৮২৪ (১৯ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।