অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জে’মচ্ ৱাট

জে’মচ্ ৱাট (JAMES WATT.) হৈছে এগৰাকী বৈজ্ঞানিক।

হালনাগাদ: ১৭ জানুৱাৰী ২০২৩ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

'জে’মচ্ ৱাট (JAMES WATT.) হৈছে এগৰাকী বৈজ্ঞানিক।

জন্ম আৰু বংশ পৰিচয়

১৭৩৬ চনত ১৯ জানুৱাৰী দিনা স্কটলেণ্ডৰ গ্লাচগো চহৰৰ ওচৰৰ গ্ৰীনক নামে এখন সৰু ঠাইত জে’মচ্ ৱাটৰ জন্ম হয়।১

শিক্ষা

তেঁও মাকৰ অধীনতে ঘৰতে লিখা পঢ়া কৰিছিল।কিন্তু দৰিদ্ৰতাৰ বাবেই হওঁক বা অনিচ্ছাৰ বাবেই হওঁক কিছুদিনৰ পিছতেই তেঁও শিক্ষা এৰি পেলালে।১

কৰ্ম জীৱন

তেওঁ ১৭৫৬ চনত মেকানিক ৰূপে নিজ কৰ্মজীৱন আৰম্ভ কৰে। আৰু পৃথিৱীৰ প্ৰথম আধুনিক ভাপকল আবিষ্কাৰত তেওঁৰ অৱদান উল্লেখযোগ্য। তেওঁ দূৰত্ব জুখিবৰ বাবে এটা নতুন ধৰণৰ যন্ত্ৰও সাজি উলিয়াইছিল। ইয়াৰোপৰিও তেওঁ ৭০ বছৰ অতিক্ৰম কৰাৰ পাছতো বিখ্যাত লোক সকলৰ মূৰ্তি নিৰ্মাণ কৰিব পীড়া এটা যন্ত্ৰ সাজি উলিয়াইছিল।

মৃত্যু

১৮১১ চনত ৯৩ বছৰ বয়সত জে’মচ্ ৱাটৰ মৃত্যু হয়।১

তথ্যসূত্ৰ

  1. ↑ ডঃ শিৱনাথ বৰ্মন. (দ্বিতীয় প্ৰকাশ: জানুৱাৰী ২০০৪,). বিশ্বৰ বৰণ্য বিজ্ঞানী. পৃ. ৬৮-৭০

সম্পৰ্কিত শ্ৰেণী

উদ্ভাৱকঅভিযন্তাৰসায়নবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জে’মচ্ ৱাট” প্ৰবন্ধৰ সংশোধন ৩৪৩০১১ (১৭ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।