অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাকিৰ নাইক

জাকিৰ আব্দুল কৰিম নাইক (Zakir Naik,; জন্ম: ১৮ অক্টোবৰ ১৯৬৫, মুম্বাই, ভাৰত) হ'ল এজন ভাৰতীয় ইছলামিক চিন্তাবিদ, ধৰ্ম প্ৰচাৰক, বক্তা আৰু লেখক; যিজনে ইছলাম আৰু তুলনামূলক ধৰ্মতত্ত্ব বিষয়ে কাম কৰে।

হালনাগাদ: ১৬ জুন ২০২৫ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জাকিৰ আব্দুল কৰিম নাইক (Zakir Naik,; জন্ম: ১৮ অক্টোবৰ ১৯৬৫, মুম্বাই, ভাৰত) হ'ল এজন ভাৰতীয় ইছলামিক চিন্তাবিদ, ধৰ্ম প্ৰচাৰক, বক্তা আৰু লেখক; যিজনে ইছলাম আৰু তুলনামূলক ধৰ্মতত্ত্ব বিষয়ে কাম কৰে।১২ তেখেত ইছলামিক ৰিচাৰ্ছ ফাউণ্ডেশ্যন নামৰ এটা অলাভজনক প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা যি পিচ টিভি নেটৱৰ্ক পৰিচালনা কৰে।

তথ্যসূত্ৰ

  1. ↑ Hope, Christopher. "Home secretary Theresa May bans radical preacher Zakir Naik from entering UK". The Daily Telegraph. 18 June 2010. Retrieved 7 August 2011. 7 August 2011
  2. ↑ Shukla, Ashutosh. "Muslim group welcomes ban on preacher". Daily News and Analysis. 22 June 2010. Retrieved 16 April 2011. 7 August 2011

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদইছলামী ধৰ্মীয় গুৰু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাকিৰ নাইক” প্ৰবন্ধৰ সংশোধন ৫১৮৪৯৬ (১৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।