ইলা মিত্ৰ (Ila Mitra; ১৮ অক্টোবৰ ১৯২৫ – ১৩ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা আছিল৷
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
মিত্ৰৰ পূৰ্বপুৰুষসকল বৰ্তমান বৰ্তমান বাংলাদেশৰ ঝিনাইদহ জিলাৰ বাগুটিয়া গাঁৱৰ আছিল।১২ ১৯২৫ চনৰ ১৮ অক্টোবৰ তাৰিখে কলকাতাত ইলা মিত্ৰৰ জন্ম হয়;৩ জন্ম সময়ত তেওঁৰ নাম আছিল ইলা সেন৷ তেওঁ ক্ৰমান্বয়ে ১৯৪২ আৰু ১৯৪৪ চনত কলিকতাৰ বেথুন মহাবিদ্যালয়ৰ পৰা আইএ আৰু বিএ পৰীক্ষা সম্পূৰ্ণ কৰে।৩
তথ্যসূত্ৰ
- ↑ (2015-10-17). Ila Mitra - Revolutionary, Trailblazer. The Daily Star
- ↑ (2016-10-23). Ancestral home of Ila Mitra lies uncared for. Dhaka Tribune
- ↑ Mesba Kamal. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলা মিত্ৰ” প্ৰবন্ধৰ সংশোধন ৩০৪৫৩৬ (২২ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।