অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১২ জুন

বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

হালনাগাদ: ১১ জুন ২০২৩ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

ঘটনাৱলী

  • ১৮৮৩ - সোণৰ পদক লাভেৰে পদাৰ্থবিদ তথা ৰসায়নবিদ মেৰী কুৰীয়ে স্কুলীয়া জীৱন শেষ কৰিছিল।
  • ১৮৯৭ - ৮.১ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। এই ভূমিকম্পৰ ফলত অসমত প্ৰায় ১৫০০জন লোকৰ মৃত্যু হৈছিল।
  • ১৮৯৮ - ফিলিপাইন স্বাধীন হৈছিল।
  • ১৯৬১ - মহাকাশলৈ যোৱা প্ৰথম মানৱ য়ুৰি গেগেৰিন-এ পোলেণ্ডৰ পৰা ‘‘Cross of Grunewald, 1st class’’ সন্মান লাভ কৰিছিল।

জন্ম

  • ১৯২২ - মাৰ্গেৰিটা হেক, ইটালীৰ জ্যোতিপদাৰ্থবিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা। (মৃঃ ২০১৩)
  • ১৯২৪ - জৰ্জ. এইচ. ডব্লিউ. বুশ্ব, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪১তম ৰাষ্ট্ৰপতি।
  • ১৯২৯ - আনে' ফ্ৰাংক, ডায়েৰী অব এ ইয়ং গাৰ্লৰ বাবে বিখ্যাত এই গৰাকী লেখিকা।
  • ১৯৩২ - পদ্মিনী, ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী।
  • ১৯৫৭ - জাভেদ মিয়াঁদাদ, পাকিস্থানৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ।
  • ১৯৬২ - জৰ্দান পিটাৰছন, কানাডাৰ ক্লিনিকেল মনোবিজ্ঞানী আৰু লেখক।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

জুন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১২ জুন” প্ৰবন্ধৰ সংশোধন ৩৬৮৩৮৮ (১১ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।