অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কপিল দেৱ

কপিল দেৱ ৰামলাল নিখাঞ্জ (Kapil Dev , জন্ম: ৬ জানুৱাৰী, ১৯৫৯) এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁ এজন দ্ৰুত মধ্যমীয়া বলাৰ আৰু হাৰ্ড হিটিং মিডল অৰ্ডাৰৰ বেটছমেন আছিল আৰু ২০০২ চনত উইনডেনে তেওঁক ভাৰতীয় ক্ৰিকেটাৰ অৱ দা চেঞ্চুৰী হিচাপে নিৰ্বাচিত কৰিছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কপিল দেৱ ৰামলাল নিখাঞ্জ (Kapil Dev , জন্ম: ৬ জানুৱাৰী, ১৯৫৯) এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁ এজন দ্ৰুত মধ্যমীয়া বলাৰ আৰু হাৰ্ড হিটিং মিডল অৰ্ডাৰৰ বেটছমেন আছিল আৰু ২০০২ চনত উইনডেনে তেওঁক ভাৰতীয় ক্ৰিকেটাৰ অৱ দা চেঞ্চুৰী হিচাপে নিৰ্বাচিত কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯৫৯ চনৰ ৬ জানুৱাৰীত চণ্ডীগড়ত চেগুন ব্যৱসায়ী ৰাম লাল নিখাঞ্জ আৰু তেওঁৰ পত্নী ৰাজকুমাৰীৰৰ ঘৰত জন্মগ্ৰহণ কৰা কপিল দেৱ ৰামলাল নিখাঞ্জৰ১ পৰিয়ালটো বিভাজনৰ পিছত ফাজিলকালৈ গুচি যায় আৰু শেষত চণ্ডীগড়লৈ গুচি যায়। তেওঁৰ পৈতৃক পৰিয়াল মণ্টগোমাৰী (বৰ্তমান সাহিৱাল নামেৰে জনাজাত) আৰু মাকৰ জন্ম ওকাৰাৰ পাকপাটনত।২৩৪ দেৱ ডি.এ.ভি.ৰ ছাত্ৰ আছিল।৫৬

বক্তিগত জীৱন

১৯৮০ চনত কপিল দেৱে ৰোমি ভাটিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু ১৯৯৬ চনৰ ১৬ জানুৱাৰীত তেওঁলোকৰ অমিতা দেৱ নামৰ এগৰাকী কন্যা সন্তান জন্ম হয়। ২০০০ চনত তেওঁ লʼৰিয়াছ ফাউণ্ডেশ্যনৰ একমাত্ৰ এছিয়ান প্ৰতিষ্ঠাপক সদস্য হয়। প্ৰতিষ্ঠাপক সদস্য পৰিষদৰ আন দুজন ক্ৰিকেটাৰ হʼল ইয়ান বোথাম আৰু ভিভ ৰিচাৰ্ডছ। পিছলৈ তেওঁ তিনিখন আত্মজীৱনীমূলক গ্ৰন্থ লিখিছিল। তেওঁৰ "বাই গডছ ডিক্ৰী" নামৰ গ্ৰন্থখন ১৯৮৫ চনত, ১৯৮৭ চনত "ক্ৰিকেট মাই ষ্টাইল" আৰু ২০০৪ চনত "ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট" তৃতীয় আত্মজীৱনী হিচাপে প্ৰকাশ পাইছিল। ২০১৪ চনৰ ৩১ জানুৱাৰীত ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ, অফিচাৰ্চ ক্লাব, নতুন দিল্লী ইউৰʼলজিকেল ছʼচাইটিয়ে আয়োজন কৰা এক অনুষ্ঠানত তেওঁ নিজৰ অংগ দান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

অভিলেখ

Kapil Dev graph.png
ছবি: Raven4x4x at en.wikipedia · Public domain

অধিনায়ক হিচাপে

+ টেষ্ট মেচপ্ৰতিদ্বন্দ্বীমেচজয়পৰাজয়টাইদ্ৰ
অষ্ট্ৰেলিয়া৬০০১৫
ইংলেণ্ড৩২০০১
পাকিস্তান৮০১০৭
শ্ৰীলংকা৬২১০৩
ৱেষ্ট ইণ্ডিজ১১০৫০৬
মুঠ‌‌ ৩৪ ৪৭১২২
+এদিনীয়া আন্তৰ্জাতিক
প্ৰতিদ্বন্দ্বীমেচজয়পৰাজয়টাইঅমিমাংসিত
অষ্ট্ৰেলিয়া১৯৯৯০১
ইংলেণ্ড৫৩২০০
পাকিস্তান১৩৪৯০০
ৱেষ্ট ইণ্ডিজ১২৩৯০০
নিউজিলেণ্ড৮৬২০০
জিম্বাবুৱে৪৪০০০
শ্ৰীলংকা১৩১০২০১
মুঠ‌‌ ৭৪ ৩৯৩৩০২

সাফল্য

বঁটা

১৮ নৱেম্বৰ ২০১৪,MCG
১৮ নৱেম্বৰ ২০১৪,MCGছবি: Prime Minister's Office · GODL-India

.

  • ১৯৭৯-৮০: অৰ্জুন বঁটা
  • ১৯৮২: পদ্মশ্ৰী
  • ১৯৮৩: উইজডন ক্ৰিকেটাৰ অৱ দ্য ইয়েৰ
  • ১৯৯১: পদ্মভূষণ
  • ২০০২: উইজডন ইণ্ডিয়ান ক্ৰিকেটাৰ অৱ দ্য চেঞ্চুৰী
  • ২০১০: আইচিচি ক্ৰিকেট হল অৱ ফেম
  • ২০১৩: চি কে নাইডু লাইফ টাইম এছিভমেণ্ট এৱাৰ্ড
  • ২০১৩: এনডিটিভিৰ দ্বাৰা দা ২৫ গ্ৰেটেষ্ট গ্লোবেল লিভিং লিজেণ্ড
  • ২০১৯: ভাৰত গৌৰৱ বঁ‌টা
বছৰসম্মানপ্ৰৱৰ্তক
২০০৮লেফটেনেণ্ট কৰ্ণেলভাৰতীয় প্ৰাদেশিক সেনা

তথ্যসূত্ৰ

  1. ↑ Kapil Dev profile and biography, stats, records, averages, photos and videos. ESPNcricinfo
  2. ↑ (20 August 2014). Kapil Dev's opens up on his Pakistan connection. Cricket Country
  3. ↑ (20 August 2014). Indian cricket's tough guy Kapil opens up to reveal emotional side. DAWN.COM
  4. ↑ (20 August 2014). How Kapil Dev was welcome in his native village in Pakistan 36 years ago. Indiatvnews.com
  5. ↑ The Tribune, Chandigarh, India – Chandigarh Stories. Tribuneindia.com
  6. ↑ I am still learning, for life never stops educating you, says Kapil Dev. Telegraphindia.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰপদ্মভূষণ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কপিল দেৱ” প্ৰবন্ধৰ সংশোধন ৫৭০১১৩ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।