অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

সোমবাৰ

সোমবাৰ সপ্তাহৰ এটা দিন৷ দেওবাৰৰ পিছৰ আৰু মঙ্গলবাৰৰ আগৰ দিনটো হ'ল সোমবাৰ৷ খ্ৰীষ্টান কেলেণ্ডাৰ অনুসৰি সোমবাৰটো সপ্তাহৰ প্ৰথম দিন৷ অৱশ্যে ভাৰতত সোমবাৰটোক সপ্তাহৰ দ্বিতীয় দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ মতে সোমবাৰটো ভগৱান শিৱৰ প্ৰিয় বাৰ।

হালনাগাদ: ৬ মে’ ২০২৫ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সোমবাৰ সপ্তাহৰ এটা দিন৷ দেওবাৰৰ পিছৰ আৰু মঙ্গলবাৰৰ আগৰ দিনটো হ'ল সোমবাৰ৷১ খ্ৰীষ্টান কেলেণ্ডাৰ অনুসৰি সোমবাৰটো সপ্তাহৰ প্ৰথম দিন৷২ অৱশ্যে ভাৰতত সোমবাৰটোক সপ্তাহৰ দ্বিতীয় দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ মতে সোমবাৰটো ভগৱান শিৱৰ প্ৰিয় বাৰ। বেছিভাগ শৈৱ হিন্দুৱে সোমবাৰে হৰ (অৰ্থাৎ শিৱ) প্ৰিয় ব্ৰত পালন কৰে। শাওন মাহৰ প্ৰতিটো সোমবাৰ শৈৱসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। শৈৱ হিন্দুসকলে শ্ৰৱণ মাহৰ প্ৰতিটো সোমবাৰক মহাশ্ৰাৱণ সোমবাৰ বুলি অভিহিত কৰে৷

জ্যোতিৰ্বিদ্যাত

জ্যোতিৰ্বিদ্যা চৰ্চাত সোমবাৰক চন্দ্ৰৰ লগত জড়িত বুলি ধৰা হয় আৰু ইয়াৰ জ্যোতিষ শাস্ত্ৰীয় চিহ্ন হৈছে ‘কৰ্কট’; আৰু ইয়াক ☾ চিহ্নৰ দ্বাৰা বুজোৱা হয়। সোমা শব্দৰ আক্ষৰিক অৰ্থ হৈছে চন্দ্ৰ বা জোনাক৷

তথ্যসূত্ৰ

  1. ↑ Monday Meaning. Cambridge Dictionary
  2. ↑ ISO 8601-1:2019(en) Date and time — Representations for information interchange — Part 1: Basic rules. www.iso.org

সম্পৰ্কিত শ্ৰেণী

সময়সময়ৰ এককসপ্তাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোমবাৰ” প্ৰবন্ধৰ সংশোধন ৫০৬৪০৮ (৬ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।