অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

সপ্তাহ

সপ্তাহ হৈছে সময়ৰ এটা একক। সাত দিনে এক সপ্তাহ হয়। উক্ত সাতদিন হ'ল: দেওবাৰ বা ৰবিবাৰ সোমবাৰ মঙ্গলবাৰ বা মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ বা শুকুৰবাৰ শনিবাৰ

হালনাগাদ: ২৩ অক্টোবৰ ২০২৪ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

সপ্তাহ হৈছে সময়ৰ এটা একক। সাত দিনে এক সপ্তাহ হয়।

উক্ত সাতদিন হ'ল:

অন্যান্য সময় এককৰ সৈতে সম্পৰ্ক

  • ১৬৮ ঘন্টাত আৰু (১০,০৮০ ছেকেণ্ডত) এটা সপ্তাহ হিচাপে ধৰা হয়।
  • ২ সপ্তাহত এক পক্ষ বা এক পষেক হয়।
  • ৪ সপ্তাহত এক মাহ হয়।
  • ৫২ সপ্তাহত এক বছৰ হয়।

সম্পৰ্কিত শ্ৰেণী

সময়সময়ৰ এককসপ্তাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সপ্তাহ” প্ৰবন্ধৰ সংশোধন ৪৪০৪২১ (২৩ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।