অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৪ নৱেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ১৯ নৱেম্বৰ ২০২৪ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

জন্ম

  • ১৮৮৯ - জৱাহৰলাল নেহৰু, ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী। ১৯৫৭ চনত তেওঁৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰা হয়।
  • ১৮৯১ - ছাৰ ফ্ৰেডৰিক গ্ৰাণ্ট বেণ্টিং, ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী ৰ জন্ম হয়। তেওঁ ১৯২১ চনত ইনছুলিন আৱিষ্কাৰ কৰে আৰু এই আৱিষ্কাৰৰ বাবে ১৯২৩ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
  • ১৯২৪ - ৰোহিনী ভাটে, ভাৰতৰ অভিজ্ঞ কথক নৃত্যশিল্পী।
  • ১৯৪১ - মামণি ৰয়ছম গোস্বামী, অসমীয়া সাহিত্যিক। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী

মৃত্যু

  • ১৭১৬ - গটফ্ৰিড উইলহেম লিবনিৎজ, জাৰ্মানীৰ গণিতজ্ঞ। তেওঁ কলন গণিত বা কেলকুলাছৰ উদ্ভাৱক আছিল।
  • ১৮৩৩ - গৰ্গ উইলহেম হেগেল, জাৰ্মান দাৰ্শনিক।
  • ২০১৫ - কে. এছ. গোপালাকৃষ্ণন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৪ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৪৪৬৩৯০ (১৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।