অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শকুন্তলা দেৱী (চলচ্চিত্ৰ)

শকুন্তলা দেৱী (Shakuntala Devi ) ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক নাট্যধৰ্মী ছবি, য’ত "মানৱ কম্পিউটাৰ" বুলিও জনাজাত, গণিতজ্ঞ আৰু মানসিক কেলকুলেটৰ শকুন্তলা দেৱীৰ জীৱনৰ সন্ধান কৰা হৈছে।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

শকুন্তলা দেৱী (Shakuntala Devi ) ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক নাট্যধৰ্মী ছবি, য’ত "মানৱ কম্পিউটাৰ" বুলিও জনাজাত, গণিতজ্ঞ আৰু মানসিক কেলকুলেটৰ শকুন্তলা দেৱীৰ জীৱনৰ সন্ধান কৰা হৈছে।১ ছবিৰ ৰচনা আৰু পৰিচালনা অনু মেননৰ আৰু প্ৰযোজনা চনী পিকচাৰ্ছ নেটৱৰ্ক ইণ্ডিয়া, এবুণ্ডেন্টিয়া এণ্টাৰটেইনমেণ্ট আৰু জিনিয়াছ ফিল্মছৰ২ আৰু বিদ্যা বালানে শকুন্তলা দেৱীৰ শিৰোনাম চৰিত্ৰত আৰু সন্যা মালহোত্ৰা, অমিত সাধ আৰু যীশু সেনগুপ্তাই সহযোগী চৰিত্ৰত অভিনয় কৰিছে। স্পন্দন চতুৰ্বেদীয়ে শিশু শকুন্তলাৰ ৰূপত, এটা কেমিঅ’ চৰিত্ৰত আত্মপ্ৰকাশ।৩

মূল চিত্ৰগ্ৰহণ ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা ২০১৯ চনৰ নৱেম্বৰ মাহলৈকে চলিছিল।৪ প্ৰথমে ২০২০ চনৰ মে' মাহত চিনেমা হলত মুক্তিৰ পৰিকল্পনা কৰা হৈছিল যদিও ভাৰতত ক'ভিড-১৯ মহামাৰীৰ বাবে মু্ক্তিত পলম হৈছিল। পিছলৈ ৩১ জুলাই ২০২০ তাৰিখে ঈদ-আল-আধাৰ লগত সংগতি ৰাখি ছবিখন প্ৰত্যক্ষভাৱে আমাজন প্ৰাইম ভিডিঅ'ত অনলাইনত মুক্তি দিয়া হয়।৫ শকুন্তলা দেৱীত অভিনয়ৰ বাবে

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (16 September 2019). Shakuntala Devi: Vidya Balan transforms into maths genius as the film goes on floor today. বলিউড হাংগামা
  2. ↑ (16 September 2019). 'Shakuntala Devi' teaser: Vidya Balan gives us a glimpse into the extraordinary life of the mathematical genius. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Shakuntala Devi (2020). British Board of Film Classification
  4. ↑ (2 July 2020). Shakuntala Devi release date out: Vidya Balan film to hit Amazon Prime on July 31. ইণ্ডিয়া টুডে
  5. ↑ (2 July 2020). Vidya Balan's film Shakuntala Devi gets a release date. Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ২০২০ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰজীৱনীমূলক চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকুন্তলা দেৱী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৩৫৭৪ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।