অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী

মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী ( Manikarnika: The Queen of Jhansi) ২০১৯ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন মহাকাব্যিক ঐতিহাসিক জীৱনীমূলক একচন নাট্যধৰ্মী ছবি। এইখন ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জীৱনৰ আধাৰত নিৰ্মিত। পৰিচালনা কৰিছে কৃষ্ণ জাগৰলামুদী আৰু কংগনা ৰানাৱতে। চিত্ৰনাট্য ভি বিজয়েন্দ্ৰ প্ৰসাদৰ।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী ' ( Manikarnika: The Queen of Jhansi) ২০১৯ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন মহাকাব্যিক ঐতিহাসিক জীৱনীমূলক একচন নাট্যধৰ্মী ছবি।১ এইখন ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জীৱনৰ আধাৰত নিৰ্মিত।২ পৰিচালনা কৰিছে কৃষ্ণ জাগৰলামুদী আৰু কংগনা ৰানাৱতে। চিত্ৰনাট্য ভি বিজয়েন্দ্ৰ প্ৰসাদৰ। প্ৰযোজনা কৰিছে জী ষ্টুডিঅ'ই। ৰানাৱতে পৰিচালনাৰ উপৰিও শিৰোনাম চৰিত্ৰতো অভিনয় কৰিছে।৩

মণিকৰ্ণিকা ২০১৯ চনৰ ২৫ জানুৱাৰীত বিশ্বৰ ৫০খন দেশৰ ৩৭০০খন পৰ্দাত মুক্তি পাইছিল।৪ ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ভাৰতৰ ছবিগৃহত মধ্যমীয়া প্ৰদৰ্শন কৰিছিল। ভাৰতৰ মহিলা পৰিচালিত ছবি হিচাপে এই ছবিখনে প্ৰথম সপ্তাহত সৰ্বাধিক সংগ্ৰহৰ অভিলেখ গঢ়িছে।৫ ২০২০ চনৰ জানুৱাৰী মাহত জাপানৰ সৰ্বোচ্চ ভাৰতীয় অ’পেনাৰ ছবি হিচাপে পৰিগণিত হয়।৬ ভাৰতৰ মহিলাকেন্দ্ৰিক ছবিসমূহৰ ভিতৰত ই অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি।৭

ছবিখনে সমালোচকৰ ইতিবাচক সঁহাৰি পায়।৮ এইখনক বুচেন আন্তঃৰাষ্ট্ৰীয় ফেণ্টাষ্টিক ফিল্ম মহোৎসৱৰ বাবে নিৰ্বাচিত কৰা হৈছিল।৯ ৰাণী লক্ষ্মীবাইৰ চৰিত্ৰত ৰাণাউতে ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ উপৰিও সমালোচকৰ ব্যাপক প্ৰশংসা পায়।১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Manikarnika: The Queen of Jhansi · British Board of Film Classification. www.bbfc.co.uk
  2. ↑ More co-stars for Kangana Ranaut in Manikarnika: The Queen of Jhansi. Mumbai Mirror
  3. ↑ (31 October 2018). Manikarnika: Kangana Ranaut to share directorial credit With Krish?. timesnownews.com
  4. ↑ Taran Adarsh. (25 January 2019). #Manikarnika: The Queen Of Jhansi screen count.. India: 3000 Overseas: 700.. releasing in over 50 countries Worldwide total: 3700 screens #Hindi #Tamil #Telugu
  5. ↑ (29 January 2019). Manikarnika mints highest weekend collections for woman-centric film. Mid-Day
  6. ↑ (17 January 2020). Manikarnika: The Queen of Jhansi becomes the highest Indian opener in Japan. Filmfare
  7. ↑ (17 May 2023). Female Centric Movies (India Box Office Lifetime). বলিউড হাংগামা
  8. ↑ (25 January 2019). Positive reviews pour in as Kangana's Manikarnika hits theaters. www.thenews.com.pk
  9. ↑ (14 June 2019). Gully Boy, Andhadhun, Manikarnika & Super Deluxe selected for Bucheon International Fantastic Film Festival. Pinkvilla
  10. ↑ (22 March 2021). 67th National Film Awards: Kangana Ranaut, Sushant Singh Rajput's Chhichhore win. See complete list of winners here. হিন্দুস্তান টাইমছ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ২০১৯ বৰ্ষৰ চলচ্চিত্ৰজীৱনীমূলক চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৩৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।