২০২০ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
ছপাক
ছাপাক হৈছে এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা লক্ষ্মী আগৰৱালাৰ জীৱনৰ আধাৰত ২০২০ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক নাট্য ছবি। মেঘনা গুলজাৰৰ দ্বাৰা পৰিচালিত এই ছবিখনত দীপিকা পাডুকনে আগৰৱালৰ পৰা অনুপ্ৰাণিত চৰিত্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু লগতে বিক্ৰান্ত মেছি আৰু মধুৰজীত সৰঘী।
-
কাঁচলী: লাইফ ইন এ শ্লাফ
কাঁচলী: লাইফ ইন এ শ্লাফ ( Kaanchli: Life in a Slough) ২০২০ চনৰ এখন ভাৰতীয় পিৰিয়দ নাট্যধৰ্মী ছবি, যিখনৰ প্ৰযোজক আৰু পৰিচালক আছিল দেদীপ্য যোশী। ইয়াত অভিনয় কৰিছে সঞ্জয় মিশ্ৰ, শিখা মালহোত্ৰা, ললিত পৰিমু আৰু নৰেশপাল সিং চৌহানে। অনুপ জালোতাই উপস্থাপন কৰা ছবিখনৰ সহ-প্ৰযোজক শোভা দেৱী।
-
ছবিয়াল
ছবিয়াল ২০২০ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন থ্ৰিলাৰ নাট্য চলচ্চিত্ৰ। মানস বসুৰ দ্বাৰা পৰিচালিত আৰু মিলন দত্তৰ দ্বাৰা প্ৰযোজিত ছবিখন পৰমহংস চিত্ৰমৰ বেনাৰত নিৰ্মিত হৈছে। ২০২০ চনৰ ১১ ডিচেম্বৰ তাৰিখে ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিছিল।
-
শকুন্তলা দেৱী (চলচ্চিত্ৰ)
শকুন্তলা দেৱী (Shakuntala Devi ) ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক নাট্যধৰ্মী ছবি, য’ত "মানৱ কম্পিউটাৰ" বুলিও জনাজাত, গণিতজ্ঞ আৰু মানসিক কেলকুলেটৰ শকুন্তলা দেৱীৰ জীৱনৰ সন্ধান কৰা হৈছে।
-
শাকিলা (চলচ্চিত্ৰ)
শাকিলা ( Shakeela ) ইন্দ্ৰজিৎ লংকেশৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক ছবি। ছবিখনত ৰিচা চাড্ডাই ১৯৯০ চনৰ জনাজাত প্ৰাপ্তবয়স্ক তাৰকা হিচাপে অভিনয় কৰিছে, যিয়ে কেইবাখনো ভাৰতীয় ভাষাৰ প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছিল, পংকজ ত্ৰিপাঠী আৰু ৰাজীৱ পিল্লাই সহযোগী চৰিত্ৰত…
-
হ'লি ৰাইটছ
হ'লি ৰাইটছ (Holy Rights) হ'ল ভাৰতৰ ট্ৰিপল তালাক সম্পৰ্কীয় মুছলমান মহিলাৰ বিবাহ বিচ্ছেদৰ বিষয়ত ভাৰতীয় মুছলমান মহিলা আন্দোলনৰ কামৰ ওপৰত ফাৰহা খাতুনে পৰিচালনা কৰা ২০২০ চনৰ উৰ্দু তথ্যচিত্ৰ। ২৬ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হৈছিল।