অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যোগেন্দ্ৰ নাথ ফুকন

ড° যোগেন্দ্ৰ নাথ ফুকন (ইংৰাজী: Dr. Jogendra Nath Phukan) অসমৰ এগৰাকী গৱেষক আৰু বুৰঞ্জীবিদ। ২০০৭ চনৰ পৰা ২০০৯ চনলৈ তেওঁ পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতি আছিল। ড° ফুকন গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ এগৰাকী প্ৰাক্তন অধ্যাপক।

হালনাগাদ: ২৩ আগষ্ট ২০২৬ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ড° যোগেন্দ্ৰ নাথ ফুকন (ইংৰাজী: Dr. Jogendra Nath Phukan) অসমৰ এগৰাকী গৱেষক আৰু বুৰঞ্জীবিদ। ২০০৭ চনৰ পৰা ২০০৯ চনলৈ তেওঁ পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতি আছিল। ড° ফুকন গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ এগৰাকী প্ৰাক্তন অধ্যাপক।

বঁটাবাহন

চুকাফা বঁটা, ২০০৮ (অসম চৰকাৰৰ দ্বাৰা প্ৰদত্ত)

পদ্মশ্ৰী, ২০২০ (ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগেন্দ্ৰ নাথ ফুকন” প্ৰবন্ধৰ সংশোধন ৬৩০০৩৭ (২৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।