মেকুৰী খুজীয়া কপৌ বা ডেণ্ড্ৰবিয়াম জেনকিনচি অৰ্কিডৰ এবিধ প্ৰজাতি। ইয়াক জেনকিন্সৰ ডেণ্ড্ৰবিয়াম নামেৰেও জনা যায়। এই অৰ্কিডবিধ দক্ষিণ চীন (য়ুনান), পূব হিমালয় (ভূটান, অসম) আৰু উত্তৰ ইণ্ডোচাইনাৰ (ভিয়েটনাম, থাইলেণ্ড, লাওছ, ম্যানমাৰ) থলুৱা উদ্ভিদ।১২৩৪৫
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Kew World Checklist of Selected Plant Families
- ↑ Flora of China v 25 p 375, 小黄花石斛 xiao huang hua shi hu, Dendrobium jenkinsii Wallich ex Lindley, Edwards’s Bot. Reg. 25: ad t. 37. 1839.
- ↑ Averyanov, L.V. (2010). Species of Orchids (Orchidaceae) newly recorded to the flora of Vietnam. Taiwania 55: 1-7
- ↑ Averyanov, L. & Averyanova, A. (2005). Rare species of orchids (Orchidaceae) in the flora of Vietnam. Turczaninowia 8: 39-97
- ↑ Lucksom, S.Z. (2007). The orchids of Sikkim and North East Himalaya: 1-984. S.Z.Lucksom, India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেকুৰী খুজীয়া কপৌ” প্ৰবন্ধৰ সংশোধন ৫৪০৯৬৬ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।