জেঠুৱা কপৌ হৈছে এক পৰাশ্ৰয়ী অৰ্কিড প্ৰজাতি। অসমৰ লগতে চীনৰ গুৱেনজি, গুইঝও আৰু য়ুনান, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত এই অৰ্কিডবিধ থলুৱাভাৱে পোৱা যায়।১২ ইংৰাজীত অৰ্কিডবিধক ফক্স ব্ৰাছ অৰ্কিড (Fox Brush Orchid) বুলি জনা যায়।
বিৱৰণ
জেঠুৱা কপৌৰ ফুলসমূহ ইষৎ বেঙুনীয়া বা গোলাপী-বগা ৰঙৰ। এপ্ৰিল-মে' মাহত ফুলসমূহ ফুলে।
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেঠুৱা কপৌ” প্ৰবন্ধৰ সংশোধন ৫৪৪০০৬ (১৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।