অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

পৰিসাংখ্যিক বল বিজ্ঞান

পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, পৰিসাংখ্যিক বল বিজ্ঞান বা পৰিসাংখ্যিক তাপগতিবিজ্ঞান হৈছে পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। এই বিভাগত বৃহৎসংখ্যক কণিকাৰে গঠিত কোনো প্ৰণালীৰ তাপগতিবৈজ্ঞানিক ব্যৱহাৰ সম্পৰ্কে সম্ভাবিতা তত্ত্বৰে অধ্যয়ন কৰা হয়।

হালনাগাদ: ৫ এপ্ৰিল ২০২১ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, পৰিসাংখ্যিক বল বিজ্ঞান বা পৰিসাংখ্যিক তাপগতিবিজ্ঞান হৈছে পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। এই বিভাগত বৃহৎসংখ্যক কণিকাৰে গঠিত কোনো প্ৰণালীৰ তাপগতিবৈজ্ঞানিক ব্যৱহাৰ সম্পৰ্কে সম্ভাবিতা তত্ত্বৰে অধ্যয়ন কৰা হয়। পৰিসাংখ্যিক বল বিজ্ঞানে প্ৰতিটো সুকীয়া পৰমাণু বা অণুৰ অণুবীক্ষণিক ধৰ্মসমূহৰ লগত আমাৰ চিনাকি স্থূল পদাৰ্থৰ ধৰ্মসমূহৰ সম্পৰ্ক নিৰ্ণয় কৰে। অৰ্থাৎ ই তাপগতি বিজ্ঞানক বৰ্ণনা কৰাৰ বাবে কোৱাণ্টাম বলবিজ্ঞান, ধ্ৰুপদী বলবিজ্ঞান আৰু অণুবীক্ষণিক স্তৰৰ বলবিজ্ঞানৰ সংমিশ্ৰিত ক্ষেত্ৰ।

সম্পৰ্কিত শ্ৰেণী

পৰিসাংখ্যিক বল বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰিসাংখ্যিক বল বিজ্ঞান” প্ৰবন্ধৰ সংশোধন ২৭০১৭৬ (৫ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।