অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মাম্মো

মাম্মো (Mammo ) হৈছে ১৯৯৪ চনj শ্যাম বেনেগাল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি। ইয়াত অভিনয় কৰিছে ফৰিদা জালাল, সুৰেখা ছিক্ৰী, অমিত ফাল্কে আৰু ৰজিত কাপুৰে। ছবিখন ১৯৯৫ চনত হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মাম্মো (Mammo ) হৈছে ১৯৯৪ চনj শ্যাম বেনেগাল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি। ইয়াত অভিনয় কৰিছে ফৰিদা জালাল, সুৰেখা ছিক্ৰী, অমিত ফাল্কে আৰু ৰজিত কাপুৰে।

ছবিখন ১৯৯৫ চনত হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১ ফৰিদা জালালে শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰাৰ বিপৰীতে সুৰেখা ছিক্ৰীয়ে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। বেনেগালে নিৰ্মাণ কৰা মুছলমান ত্ৰিলজীৰ এইখন প্ৰথম ছবি আছিল। আন দুখন হ’ল চৰ্দাৰী বেগম (১৯৯৬) আৰু জুবেইদা (২০০১)। সমালোচকৰ প্ৰশংসা লাভ কৰা ছবিখনক বেনেগালৰ অন্যতম শ্ৰেষ্ঠ কৃতি বুলি গণ্য কৰা হয়। ছবিখনৰ লেখক খালিদ মহম্মদে উল্লেখ কৰিছে যে তেওঁ ৱাহিদা ৰেহমানৰ বাবে তেওঁ এই চৰিত্ৰটো লিখিছিল। কিন্তু তেওঁ দ্বিধাবোধ কৰাত পিছত ফৰিদা জালালৰ কাষ চাপিছিল। ২৩

বঁটা

১৯৯৫: ৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- সুৰেখা চিক্ৰি

১৯৯৫: ৪০তম ফিল্মফেয়াৰ বঁটা

  • শ্ৰেষ্ঠ অভিনেত্ৰী (ক্ৰিটিক)- ফৰিদা জালাল

BFJA বঁটা

  • শ্ৰেষ্ঠ অভিনেত্ৰী- ফৰিদা জালাল

তথ্যসূত্ৰ

  1. ↑ National Film Awards 1995
  2. ↑ (2015-01-11). Mammo (1994). Art House Cinema
  3. ↑ Movie Reviews · UPN World. www.upnworld.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ১৯৯৪ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰশ্ৰেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাম্মো” প্ৰবন্ধৰ সংশোধন ৪৭৪৪০১ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।