অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মলয় ৰায়চৌধুৰী

মলয় ৰায়চৌধুৰী একেধাৰে কবি, উপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, প্ৰবন্ধকাৰ আৰু বঙালী ভাষাত হাংৰি আন্দোলনৰ গুৰি ধৰোতা।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৩৯৪ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মলয় ৰায়চৌধুৰী একেধাৰে কবি, উপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, প্ৰবন্ধকাৰ আৰু বঙালী ভাষাত হাংৰি আন্দোলনৰ গুৰি ধৰোতা।

Legend Malay.jpg
ছবি: Tridib Mitra · CC BY-SA 3.0

জন্ম আৰু বংশ পৰিচয়

১৯৩৯ চনৰ ২৯ অক্টোবৰ তাৰিখে পাটনাৰ ইমলিতলাত মলয় ৰায়চৌধুৰীৰ জন্ম হয়। তেওঁৰ পিতাৰ নাম ৰঞ্জিত ৰায়চৌধুৰী আৰু মাকৰ নাম অমিতা বন্দোপাধ্যায়। তেওঁলোকৰ আদি নিবাস আছিল পশ্চিমবংগৰ হুগলি জিলাৰ উত্তৰপাৰাত। মলয় ৰায়চৌধুৰী বিখ্যাত সাবৰ্ণ ৰায়চৌধুৰীৰ বংশধৰ। এই সাবৰ্ণ ৰায়চৌধুৰী তেতিয়াৰ কলিকতা, গোবিন্দপুৰ আৰু সুতানুটিৰ মালিক আছিল। একান্নবৰ্তী পৰিয়ালৰ দেওতা আৰু বৰ-দেউতাক একমাত্ৰ উপাৰ্জনকাৰী আছিল। সেই কাৰণে শৈশব অতিবাহিত হৈছিল অভাৱৰ মাজেদি। মলয় ৰায়চৌধুৰী ছয় বছৰ পঢ়িছিল মিচনেৰী স্কুলত। ব্ৰাহ্ম স্কুলৰ পাৰা মাধ্যমিক পাছ কৰি পাটনা বিশ্ববিদ্যালয়ৰ পৰা ১৯৬০ চনত অৰ্থনীতি বিষয়ত কৃতিত্ব সহকাৰে স্নাতকোত্তৰ উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয়ৰ গণ্ডি পাৰ কৰি আহে।

সাহিত্যকৃতি

কাব্যগ্ৰন্থ

  • শয়তানেৰ মুখ
  • জখম
  • আমাৰ অমীমাংসিত শুভা
  • কবিতা সংকলন
  • মেথাৰ বাতানুকূল ঘুঙুৰ
  • মলয় ৰায়চৌধুৰীৰ কবিতা
  • চিৎকাৰসমগ্ৰ
  • ছত্ৰখান
  • যা লাগবে বলবেন
  • অ
  • আত্মধ্বংসেৰ সহস্ৰাব্দ
  • কৌণপেৰ লুচিমাংস
  • মলয় ৰায়চৌধুৰীৰ কবিতা ২০০৪-১৯৬১

উপন্যাস

(১)ডুবজলে যেটুকু প্ৰশ্বাস; (২)জলাঞ্জলি; (৩)নামগন্ধ; (৪)তিনটি উপন্যাস; (৫)অৰূপ তোমাৰ এঁটোকাঁটা।

চুটিগল্প

(১)ভেন্নগল্প; (২)অপ্ৰকাশিত ছোটগল্প; (৩)অতিবাস্তব গল্পগাছা।

প্ৰৱন্ধ সংকলন

(১)মাৰ্কসবাদেৰ উত্তৰাধিকাৰ; (২)আমাৰ জেনাৰেশানেৰ কাব্যদৰ্শন বা মৃত্যুমেধী শাস্ত্ৰ; (৩)ইশতাহাৰ সংকলন; (৪)হাংৰি কিংবদন্তি; (৫)পোস্টমডাৰ্নিজম; (৬)পৰাবাস্তববাদ; (৭)আধুনিকতাৰ বিৰুদ্ধে কথাবাত্ৰা; (৮)মতান্তৰ; (৯)পোস্টমডাৰ্ন কালখন্ড ও বাঙালিৰ পতন; (১০)উত্তৰঔপনিবেশিক পোস্টমডাৰ্নিজম; (১১)পোস্টমডাৰ্ন জীবনানন্দ; (১৩)শাৰ্ল বদল্যাৰ; (১৪)অ্যালেন গিন্সবাৰ্গ; (১৫)জঁ আৰ্তুৰৰ্য অঁবো; (১৬)প্ৰবন্ধসমগ্ৰ; (১৭) হাংৰি আন্দোলনেৰ ইশতাহাৰ।

সাক্ষাৎকাৰ সংকলন

(১)হাংৰি সাক্ষাৎকাৰমালা; (২)প্ৰতিস্ব পৰিসৰেৰ অবিনিৰ্মাণ; (৩)বিষয় পোস্তমডাৰ্নিটি।

আত্মজীৱনী

(১)ছোটোলোকেৰ ছোটোবেলা; (২)এই অধম ওই অধম; (৩)অভিমুখেৰ উপজীব্য।

নাটক

নাটকসমগ্ৰ।

অনুবাদ

(১)জাঁ ককতো: ক্ৰুসিফিকেশান; (২)মাৰিও ভাৰগাস য়োসা: আগন্তুক; (৩)অ্যালেন গিন্সবাৰ্গ: ক্যাডিশ; (৪)ত্ৰিস্তান জাৰা: কবিতা; (৫)অ্যালেন গিন্সবাৰ্গ:হাউল ও অন্যান্য কবিতা: (৬)ব্লাইজি সঁদৰা: ট্ৰান্সসাইবেৰিয়ান এক্সপ্ৰেস; (৭)উইলিয়াম ব্লেক: স্বৰ্গ ও নৰকেৰ বিবাহ; (৮) পল গঙগা: আত্মজীবনী; (৯)সাভাদৰ দালি: আমাৰ আত্মকথা; (১০)ডাডা ইশতাহাৰ।

ইংৰাজী গ্ৰন্থ

(১) সেলেকড পোয়েমস; (২) স্টাৰ্ক ইলেকট্ৰিক জেশাস; (৩)অটোবায়োগ্ৰাফি।

সম্পাদিত পত্ৰিকা

(১)হাংৰি বুলেটিন; (২)জেব্ৰা।

লগতে চাওক

তথ্য সংগ্ৰহ

  • অধ্যাপক বিষ্ণুচৰণ দে (অসম বিশ্ববিদ্যালয়) গবেষণাপত্ৰ: হাংৰি আন্দোলন আৰু মলয় ৰায়চৌধুৰীৰ কবিতা
  • ব্যক্তি মলয় ৰায়চৌধুৰী ও তাঁৰ সাহিত্য: সম্পাদক মুৰ্শিদ এ এম
  • মলয় ৰায়চৌধুৰী সংখ্যা আহবকাল পত্ৰিকা: সম্পাদক ৰতনকুমাৰ বিশ্বাস
  • মলয় ৰায়চৌধুৰী সংখ্যা আবাৰ এসেছি ফিৰে পত্ৰিকা: সম্পাদক এবাদুল হক।
  • Malay Roy Choudhury by Hardmond Carlyle Nicolas. Crypt Publishing, New York ( $85) ISBN - 10: 613690541. Amazon.com. ISBN - 13: 978 - 6136905419
  • STARK ELECTRIC JESUS ( 1965 ), Tribal Press, Amazon.com price $250 [ASIN: B003Y80NGQ] প্ৰচণ্ড বৈদ্যুতিক ছুতাৰ কবিতাৰ অনুৱাদ।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

হাংৰি আন্দোলনবঙালী সাহিত্যিকবঙালী কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মলয় ৰায়চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫২৭৭৬০ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।