সুবিমল বসাক বঙালী ভাষাত হাংৰি আন্দোলনৰ চুটিগল্পকাৰ, উপন্যাসিক, কবি আৰু লোকগৱেষক।
সাহিত্যকৃতি
- ছাতামাথা (১৯৬৫) উপন্যাস।
- হাবিজাবি (১৯৭০) কবিতা।
- গেৰিলা আক্ৰোশ (১৯৭৪) চুটিগল্প।
- আত্মাৰ শান্তি দুমিনিট (১৯৮৫) গদ্য।
- অযথা খিটক্যাল (১৯৮৭) চুটিগল্প।
- বিয়াৰ গীত ওঢাকাই ছড়া (১৯৮৭) লোক গবেষণা।
- কুসংস্কাৰ সংকলন (১৯৮৭) লোক গবেষণা।
- প্ৰত্নবীজ (১৯৯৬) উপন্যাস।
- ক্যাজুয়াল লিভ (২০০০) চুটিগল্প।
- বকবকানি (২০০০) কবিতা।
- এথি (২০০১) চুটিগল্প।
- কুট্টি (২০০৩) চুটিগল্প।
- তিজোৰীৰ ভেতৰ তিজোৰী (২০০৫) চুটিগল্প।
- গোপন দস্তাবেজ ও শীততাপ নিয়ন্ত্ৰিত আত্মা (২০০৭) গদ্য।
অনুবাদ
- প্ৰতিবেশী জানালা;২৪ হিন্দি কবিত কবিতা (১৯৭৫)
- তিসৰী কসম; ফণীশ্বৰনাথ ৰেণূ (১৯৭৬)
- পঞ্চপৰমেশ্বৰ; প্ৰেমচন্দ (১৩৮৭ বঙ্গাব্দ)
- ফণিশ্বৰনাথ ৰেণোৰ শ্ৰেষ্ঠ গল্প (১৩৮৯ বঙ্গাব্দ)
- দুই সখী; প্ৰেমচন্দ (১৯৮৪)
- জীবনসাৰ; প্ৰেমচন্দ (১৯৮৫)
- উজ্জ্বয়িনীৰ ৰাস্তা; শ্ৰীকান্ত ভৰ্মা (১৯৯৬)
- বোবাদেৰ পল্লীতে; জগদীশ চতুৰ্বেদী (১৯৮৯)
- খুবসুৰত; খ্বাজা আহমদ আব্বাস (১৯৯২)
- গোমুখযাত্ৰা; শীলাশৰ্মা (১৯৯২)
- মোহন ৰাকেশ; প্ৰতিভা অগৰওয়াল (১৯৯৩)
- হিন্দী কাহিনী সংগ্ৰহ; সম্পাদক ভীষ্ম সাহনী (১৯৯৯)
- আমাৰ তোমাৰ তাৰ কথা; য়শপাল (২০০১) সাহিত্য অকাডেমি বঁটা ২০০৮
- যাত্ৰিক; নীল পদ্মনাভন (২০০২)
হিন্দী গ্ৰন্থ
- মোহোল্লা লোদীপুৰ (২০০৬)
সাক্ষাৎকাৰ
- সুমিতাভ ঘোষাল: গদ্যপদ্য সংবাদ (নিউ দিল্লি)
- চিৰঞ্জীব শূৰ: আলোচনা চক্ৰ (কলকতা)
- মলয় ৰায়চৌধুৰী: অন্যভূমি (কলকতা)
- জাহিদ মাহমুদ হাসান: কবিতা মঞ্চ (ঢাকা)
- ৰিঙ্কু শৰ্মা: মিলন (মেঘালয়)
তথ্যসূত্ৰ
- অন্যকথা সুবিমল বসাক সংখ্যা (১৪১০ বঙ্গাব্দ)। সম্পাদক: কল্লোল সাধদেব। কলকতা।
- মিলন সুবিমল বসাক সংখ্যা (২০০৮)। সম্পাদক: ৰিকু শৰ্মা। তুৰা, মেঘালয়।
- ছিটেফোঁটা সুবিমল বসাক সম্বৰ্ধনা সংখ্যা (২০১০)। সম্পাদক: চিৰঞ্জীব শূৰ, ৰাহুল পুৰকায়স্হ আৰু সজলৰঞ্জন আচাৰ্য। নিমতা কলকতা।
বহিঃসংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুবিমল বসাক” প্ৰবন্ধৰ সংশোধন ৫২০২৩০ (২৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।