অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাসুদেৱ দাসগুপ্ত

বাসুদেৱ দাসগুপ্ত বাংলা ভাষাত হাংৰি আন্দোলনৰ ছুটি গল্পকাৰ আৰু উপন্যাসিক। ১৯৩৮ চনৰ ৩১ ডিচেম্বৰত তেঁওৰ জন্ম হয়। মৃত্যু: ২০০৫ চনৰ ৩১ আগস্ট।

হালনাগাদ: ৮ মাৰ্চ ২০১৩ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

বাসুদেৱ দাসগুপ্ত বাংলা ভাষাত হাংৰি আন্দোলনৰ ছুটি গল্পকাৰ আৰু উপন্যাসিক। ১৯৩৮ চনৰ ৩১ ডিচেম্বৰত তেঁওৰ জন্ম হয়। মৃত্যু: ২০০৫ চনৰ ৩১ আগস্ট।

সাহিত্যকৃতি

  • উৎপাত (১৯৬২) উপন্যাস
  • ৰন্ধনশালা (১৯৬৫) ছুটি গল্প
  • খেলাধুলা (২০০৭) উপন্যাস
  • লেনি ব্ৰুস ও গোপাল ভাঁড়কে (২০০৯) ছুটি গল্প
  • ব্ৰেক ইয়ৰ চাইলেন্স (২০০৬) প্ৰবন্ধ
  • মৃত্যুগুহা থেকে প্ৰথম কিস্তি (১৯৮৭) উপন্যাস
  • বন্দী বাস্তবতা (১৯৮৬) বক্তৃতা সংকলন

তথ্য সংগ্ৰহ

  • কবিতীৰ্থ বাসুদেৱ দাসগুপ্ত সংখ্যা (২০০৬) - সম্পাদক উৎপল ভট্টাচাৰ্য।
  • হাংৰি শ্ৰুতি ও শাস্ত্ৰবিৰোধী আন্দোলন (১৯৮৬) - ড. উত্তম দাস। কলিকাতা বিশ্ববিদ্যালয়।
  • ক্ষুধিত প্ৰজন্ম (১৯৯৫) - ড. উত্তম দাস।
  • একালেৰ গদ্য-পদ্য আন্দোলনেৰ দলিল (১৯৭০) - সত্য গুহ।

সম্পৰ্কিত শ্ৰেণী

হাংৰি আন্দোলন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাসুদেৱ দাসগুপ্ত” প্ৰবন্ধৰ সংশোধন ১১৭৮০৬ (৮ মাৰ্চ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।