বিনয় মজুমদাৰ বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। তেওঁৰ জন্ম ১৯৩৪ চনৰ ১৭ ছেপ্তেম্বৰ। মৃত্যু ২০০৬ চনৰ ১১ ডিচেম্বৰত। ২০০৫ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।১
সাহিত্যকৃতি
কাব্যগ্ৰন্থ
- ফিৰে এসো চাকা
- নক্ষত্ৰেৰ আলোয়
- অধিকন্তু
- অঘ্ৰাণেৰ অনুভূতিমালা
- বাল্মিকীৰ কবিতা
- বিনয় মজুমদাৰেৰ শ্ৰেষ্ঠ কবিতা
- কবিতা বুঝিনি আমি
- হাসপাতালে লেখা কবিতাগুচ্ছ (অকাদেমি পুৰস্কাৰ)
- শিমুলপুৰে লেখা কবিতা
- পৃথিবীৰ মানচিত্ৰ
ছুটিগল্প
- বিনয় মজুমদাৰেৰ ছোটগল্প
প্ৰবন্ধগ্ৰন্থ
- ধূসৰ জীবনানন্দ
- ছোটোছোটো গদ্য ও পদ্য
তথ্যসূত্ৰ
- ↑ বিনয় মজুমদাৰ: অনুধ্যানে অনুভবে। সম্পাদক: অমলকুমাৰ মণ্ডল। কবিতীৰ্থ প্ৰকাশনী, কলিকতা।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনয় মজুমদাৰ” প্ৰবন্ধৰ সংশোধন ৫২০২২৭ (২৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।