অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সমীৰ ৰায়চৌধুৰী

সমীৰ ৰায়চৌধুৰী বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সম্পাদক। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতা তেওঁৰ সাহিত্যবোৰে উত্তৰ আধুনিক বঙালী সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ১৯৩৩ চনৰ ১ নৱেম্বৰত উত্তৰ চব্বিশ পৰগণাত ( পানিহাটি ) তেওঁৰ জন্ম হয়।

হালনাগাদ: ২৩ জুন ২০২৫ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

সমীৰ ৰায়চৌধুৰী বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সম্পাদক। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতা তেওঁৰ সাহিত্যবোৰে উত্তৰ আধুনিক বঙালী সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ১৯৩৩ চনৰ ১ নৱেম্বৰত উত্তৰ চব্বিশ পৰগণাত ( পানিহাটি ) তেওঁৰ জন্ম হয়।

সাহিত্যকৃতি

কাব্যগ্ৰন্থ

  • ঝৰ্ণাৰ পাশে শুয়ে আছি
  • আমাৰ ভিয়েতনাম
  • জানোৱাৰ
  • মাংসেৰ কস্তুৰীক্লপ
  • প'ষ্টমডাৰ্ন কবিতাগুচ্ছ
  • বিদুৰেৰ খড়ম
  • নিৰ্বাচিত

চুটিগল্প

  • সিগাৰেটেৰ তিৰোভাব ও অন্যান্য গল্প
  • ছাতা হাৰানোৰ বৰ্ষাকালীন দুঃখ
  • প'ষ্টমডাৰ্ন গল্প
  • খুল যা সিম সিম

প্ৰৱন্ধগ্ৰন্থ

  • কবিতাৰ আলো অন্ধকাৰ
  • প'ষ্টমডাৰ্ন কবিতাবিচাৰ
  • প'ষ্টমডাৰ্ন বিড়ালেৰ সন্ধানে
  • উত্তৰাধুনিক প্ৰৱন্ধসংগ্ৰহ
  • জীৱনানন্দ ( কন্নড় ভাষা )

সম্পাদিত সংকলন

  • হাংৰি আন্দোলন
  • ফাল্গুনী ৰায় সমগ্ৰ এবং ফাল্গুনী আলোচনা
  • প'ষ্টমডাৰ্ন:অধুনান্তিক
  • প'ষ্টমডাৰ্ন কী ও কেন?
  • প'ষ্টকলোনিয়ালিজম: উত্তৰঔপনিবেশিকতা
  • পৰমাপ্ৰকৃতি: ইকোফেমিনিজম
  • সীমা
  • অপৰ
  • ডায়াসপোৰা
  • অনিল কৰঞ্জাই
  • ভুখী পীঢ়ী ( নেপালী ভাষা )
  • প'ষ্টমডাৰ্ন বাংলা পয়েট্ৰি
  • প'ষ্টমডাৰ্ন বাংলা চৰ্ট ষ্ট'ৰিজ

সম্পাদিত পত্ৰিকা

  • হাংৰি বুলেটিন
  • শাশ্বত (বিভূতিভূষণ মুখোপাধ্যায় সংখ্যা )
  • কৃত্তিবাস ( ফণীশ্বৰনাথ ৰেণু সংখ্যা )
  • হাওয়া ৪৯
  • সংক্ৰামক ( হিন্দী )

হিন্দীলৈ অনুদিত

  • সুনীল গঙ্গোপাধ্যায় কী কবিতায়েঁ
  • শক্তি চট্টোপাধ্যায় কী কবিতায়েঁ
  • আধুনান্তিক বংলা কবিতায়েঁ

তথ্য সংগ্ৰহ

  • গল্পবিশ্ব পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ২০০৭ )। সম্পাদক: অলোক গোস্বামী।
  • বোধ পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ১৮১৫ বঙ্গাব্দ, ২০০৯ )। সম্পাদক: অৰূণকুমাৰ চট্টোপাধ্যায়।
  • কালিমাটি পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ১৪১৬ বঙ্গাব্দ, ২০১০ )। সম্পাদক: কাজল সেন।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

হাংৰি আন্দোলনবঙালী সাহিত্যিকবঙালী কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমীৰ ৰায়চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫২০২২৮ (২৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।