অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পশ্চিমঘাট পৰ্বতমালা

পশ্চিমঘাট পৰ্বতমালা বা সহ্যাদ্ৰী (Western Ghats) এক পৰ্বতশ্ৰেণী যাৰ পৰিসৰ ১,৬০,০০০ বৰ্গ কিলোমিটাৰ আৰু পৰিধি ১,৬০০ কিলোমিটাৰ। ই ভাৰতবৰ্ষৰ পশ্চিমসীমাৰ উপকূলীয় অঞ্চলৰ সমান্তৰালকৈ গুজৰাট ৰাজ্যৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ সহ্যাদ্ৰী পৰ্বতমালা, গোৱা, কৰ্ণাটকৰ মালাবাৰ উপকূল, কেৰালা আৰু তামিলনাডু…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

পশ্চিমঘাট পৰ্বতমালা বা সহ্যাদ্ৰী (Western Ghats) এক পৰ্বতশ্ৰেণী যাৰ পৰিসৰ ১,৬০,০০০ বৰ্গ কিলোমিটাৰ আৰু পৰিধি ১,৬০০ কিলোমিটাৰ। ই ভাৰতবৰ্ষৰ পশ্চিমসীমাৰ উপকূলীয় অঞ্চলৰ সমান্তৰালকৈ গুজৰাট ৰাজ্যৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ সহ্যাদ্ৰী পৰ্বতমালা, গোৱা, কৰ্ণাটকৰ মালাবাৰ উপকূল, কেৰালা আৰু তামিলনাডু ৰাজ্যপৰ্যন্ত বিস্তৃত।১ এই অঞ্চল ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ প্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু বিশ্বৰ জৈৱিক বৈচিত্ৰ্যৰ আঠটা হটস্পটৰ ভিতৰত এটা।২৩ ভাৰতৰ উদ্ভিদ আৰু জীৱজন্তুৰ এক বৃহৎ অংশ ইয়াত পোৱা যায়, যাৰ মাজৰ বহুতো ভাৰতৰ আন অঞ্চলত আৰু পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায়।৪ পশ্চিমঘাট পৰ্বতমালা গুজৰাট ৰাজ্যৰ তাপ্তী নদীৰ দক্ষিণৰ সোনগন্ধ নগৰৰ পৰা আৰম্ভ হৈ মহাৰাষ্ট্ৰ, কৰ্ণাটক, গোৱা, তিতা কেৰেলা আৰু তামিলনাডু ৰাজ্য পৰ্যন্ত প্ৰায় ১৬০০ কি:মি: জুৰি বিস্তৃত হৈ ভাৰতৰ দক্ষিণপ্ৰান্ত্ৰৰ তামিলনাডুৰ মুৰুণ্ঠবাজ মালাইত শেষ হৈছে।

তথ্যসূত্ৰ

  1. ↑ Western Ghats
  2. ↑ Myers, Norman; Mittermeier, Russell A.; Mittermeier, Cristina G. (2000). Biodiversity hotspots for conservation priorities. Nature. পৃ. 853–858
  3. ↑ (2 July 2012). UN designates Western Ghats as world heritage site. The Times of India
  4. ↑ A biodiversity hotspot

সম্পৰ্কিত শ্ৰেণী

পৰ্বতমালাভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিমঘাট পৰ্বতমালা” প্ৰবন্ধৰ সংশোধন ৬২৪৫৮৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।