পদ্মভূষণ হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মান লাভ কৰা অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ব্যক্তিসকলৰ নাম তলৰ তালিকাত উল্লেখ কৰা হ'ল।১
তালিকা
| # | চন | ব্যক্তিৰ নাম | আলোকচিত্ৰ | অৱদানৰ ক্ষেত্ৰ |
|---|---|---|---|---|
| ১ | ১৯৬৩ | অমিয় কুমাৰ দাস | সমাজসেৱা | |
| ২ | ১৯৬৭ | কৃষ্ণকান্ত সন্দিকৈ | সাহিত্য আৰু শিক্ষা | |
| ৩ | ১৯৭৬ | নৱকান্ত বৰুৱা | সাহিত্য আৰু শিক্ষা | |
| ৪ | ১৯৮৩ | বেণুধৰ শৰ্মা | সাহিত্য আৰু শিক্ষা | |
| ৫ | ১৯৯২ | বিজয় চন্দ্ৰ ভাগৱতী | জননীতি | |
| ৬ | ১৯৯২ | চৈয়দ আব্দুল মালিক | সাহিত্য আৰু শিক্ষা | |
| ৭ | ১৯৯৯ | পুষ্পলতা দাস | সমাজসেৱা | |
| ৮ | ২০০১ | ভূপেন হাজৰিকা | কলা | |
| ৯ | ২০০৫ | মৃণাল মিৰি | সাহিত্য আৰু শিক্ষা | |
| ১০ | ২০০৭ | চন্দ্ৰপ্ৰসাদ শইকীয়া | সাহিত্য আৰু শিক্ষা | |
| ১১ | ২০১৪ | পাৰৱীন চুলতানা | কলা | |
| ১২ | ২০১৫ | জাহ্নু বৰুৱা | কলা২ | |
| ১৩ | ২০২১ | তৰুণ গগৈ | প্ৰশাসনিক সেৱা৩ | |
| ১৪ | ২০২৫ | যতীন গোস্বামী | কলা |
তথ্যসূত্ৰ
- ↑ List of Padma Bhushan award winers - English Wikipedia
- ↑ পদ্ম বিজয়ী তালিকা ২০১৫
- ↑ (25 January 2021). Padma Awards: 2021. Ministry of Home Affairs (India). পৃ. 2–5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মভূষণ অসমীয়া ব্যক্তিসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৬৫৯২০ (২৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।