বিজয় চন্দ্ৰ ভাগৱতী (জানুৱাৰী ২০, ১৯০৫ – মে' ৮, ১৯৯৭) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আছিল। ভাগৱতী ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমৰ তেজপুৰ লোকসভা সমষ্টিৰ পৰা ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।১২৩ ১৯৯২ চনত তেওঁ পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল।৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় চন্দ্ৰ ভাগৱতী” প্ৰবন্ধৰ সংশোধন ৩৯০২৩৩ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।