নেচনেল জিঅ'গ্ৰাফিক(National Geographic, (নেট জিঅ বুলিও কোৱা হয়) এটা ভাৰতীয় টেলিভিছন চেনেল য'ত অ-কল্পকাহিনী, প্ৰকৃতি, বিজ্ঞান, সংস্কৃতি, আৰু ইতিহাস আদি বিভিন্ন বিষয়ৰ অনুষ্ঠান নেচনেল জিঅ'গ্ৰাফিক ছ'চাইটি দ্বাৰা প্ৰস্তুত কৰা হয় আৰু এই চেনেলত সম্প্ৰচাৰিত কৰা হয়। এই চেনেলৰ অনুষ্ঠানসমূহ সাতটা ভাষাত সম্প্ৰচাৰিত হয়। সেইকেইটা হৈছেঃ ইংৰাজী, হিন্দী, কন্নড় ভাষা, মালয়ালম, তেলেগু, তামিল আৰু বাংলা।
কাৰ্যসূচীসমূহ
চেনেলটোৱে তলত দিয়া অনুষ্ঠানসমূহ সম্প্ৰচাৰ কৰে:১
- Banged Up Abroad
- Taboo (2002 TV series)
- Brain Games (National Geographic)
- India's Megakitchens
- Do or Die (TV Series)
- World's Weirdest
- Genius: Picasso
- Animals Gone Wild
- Animal Fight Club
- Deadly Game
- Ultimate Animal Countdown
- Dirty Rotten Survival
- Science of Stupid
- Combat Zone
- Ultimate Factories
- China Revealed
- Chain of Command
- Battle of the Beasts
- Airport Security Columbia
- Monkey Thieves
- Investigates
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেচনেল জিঅ'গ্ৰাফিক (ভাৰতীয় টিভি চেনেল)” প্ৰবন্ধৰ সংশোধন ৬৩৭৩১১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।