অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীলাঞ্জনা দত্ত

নীলাঞ্জনা দত্ত হ'ল এগৰাকী ভাৰতীয় বংশোদ্ভত ব্ৰিটিছ অংকবিদ। তেওঁৰ বিষয় হৈছে কোৱাণ্টাম তথ্য তত্ত্ব। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ "প্ৰায়োগিক গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞান" বিভাগত তেওঁ এই বিষয়টোত ৰিডাৰ হিচাপে নিযুক্ত। ইয়াৰ উপৰি তেওঁ পেম্ব্ৰক মহাবিদ্যালয়ৰো এগৰাকী সভ্য।

হালনাগাদ: ২৭ মে’ ২০২৪ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নীলাঞ্জনা দত্ত হ'ল এগৰাকী ভাৰতীয় বংশোদ্ভত ব্ৰিটিছ অংকবিদ। তেওঁৰ বিষয় হৈছে কোৱাণ্টাম তথ্য তত্ত্ব। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ "প্ৰায়োগিক গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞান" বিভাগত তেওঁ এই বিষয়টোত ৰিডাৰ হিচাপে নিযুক্ত। ইয়াৰ উপৰি তেওঁ পেম্ব্ৰক মহাবিদ্যালয়ৰো এগৰাকী সভ্য।১

জন্ম

তেখেতৰ জন্ম হৈছিল ভাৰতৰ পশ্চিমবংগ ৰাজ্যত। কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত ছাহা নিউক্লিয়াৰ পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠানৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ অৰ্জন কৰে। ১৯৯৫ চনত তেখেতে জুৰিখ, ইটিএইচ্ছৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। জুৰ্গ ফ্ৰহলিখ আৰু ৰুডল্ফ মৰ্ফৰ অধীনত তেখেতে সেই গৱেষণাকাৰ্য সম্পন্ন কৰে। তেখেতৰ গৱেষণাৰ বিষয় আছিল কোৱাণ্টাম পাৰিসাংখ্যিক বলবিদ্যা আৰু কোৱাণ্টাম হল প্ৰভাৱ।২

কৰ্মজীৱন

তেখেতেৰ কেইখনমান কৰ্মস্থলী হৈছে-

  • চেণ্টাৰ নেশ্যনেল দি লা ৰিচাৰ্চ ছাইণ্টিফিk,
  • ডাবলিন উচ্চতৰ শিক্ষাৰ প্ৰতিষ্ঠান,
  • ষ্ট্ৰেথক্লাইড বিশ্ববিদ্যালয়,
  • ইক'ল' পলিটেকনিক ফেডেৰেল ডে ল'ছেন।

২০০১ চনত তেখেত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গণিত বিভাগৰ এগৰাকী স্বীকৃত অধ্যাপক হৈ পৰে। তদুপৰি, নীলাঞ্জনা গুপ্তা পেম্ব্ৰোক মহাবিদ্যালয়ৰো এগৰাকী সভ্য হয়।

কেম্ব্ৰিজলৈ অহাৰ পিছত, নীলাঞ্জনা দত্তই কোৱাণ্টাম তথ্য তত্ত্বৰ গৱেষণাত মনোনিৱেশ কৰে। এইখন ক্ষেত্ৰৰ কোৱাণ্টাম অৱস্থা বদলিকৰণ,৩৪ ওৱান-শ্বট কোৱাণ্টাম তথ্য তত্ত্ব৫৬৭৮, কোৱাণ্টাম তথ্য তত্ত্বত স্মৃতিৰ প্ৰভাৱৰ৯১০ দৰে বিষয়লৈ তেখেতে বৰঙনি আগবঢ়ায়। আৰ্টাৰ একেৰ্ট, জুৰ্গ ফ্ৰহলিখ, আলেক্সজেণ্ডাৰ হলেভ', ৰিছাৰ্ড জোজছা, মেৰি বেথ ৰুছকাই, আণ্ড্ৰেছ উইণ্টাৰ আদি গৱেষক-অধ্যাপকে তেখেতক এইসমূহ গৱেষণাত সহায় কৰে।

তথ্যসূত্ৰ

  1. ↑ www.qi.damtp.cam.ac.uk/person/nd255?page=2{{Dead link|date=May 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
  2. ↑ Datta, Nilanjana. (1995). Low-temperature phase diagrams of quantum lattice systems and properties of the edge of the laughlin liquid
  3. ↑ Christandl, Matthias; Datta, Nilanjana; Ekert, Artur. (2004). Perfect State Transfer in Quantum Spin Networks. Physical Review Letters. পৃ. 187902
  4. ↑ Christandl, Matthias; Datta, Nilanjana; Dorlas, Tony C. (2005). Perfect Transfer of Arbitrary States in Quantum Spin Networks. Physical Review A. পৃ. 032312
  5. ↑ Datta, Nilanjana; Renner, Renato. (2009). Smooth Renyi Entropies and the Quantum Information Spectrum. IEEE Transactions on Information Theory. পৃ. 2807–2815
  6. ↑ Datta, Nilanjana. (2009). Min- and Max- Relative Entropies and a New Entanglement Monotone. IEEE Transactions on Information Theory. পৃ. 2816–2826
  7. ↑ Buscemi, Francesco; Datta, Nilanjana. (2010). The quantum capacity of channels with arbitrarily correlated noise. IEEE Transactions on Information Theory. পৃ. 1447–1460
  8. ↑ Mosonyi, Milan; Datta, Nilanjana. (2009). Generalized relative entropies and the capacity of classical-quantum channels. Journal of Mathematical Physics. পৃ. 072104
  9. ↑ Albanese, Claudio; Christandl, Matthias; Datta, Nilanjana. (2004). Mirror Inversion of Quantum States in Linear Registers. Physical Review Letters. পৃ. 230502
  10. ↑ Datta, Nilanjana; Dorlas, Tony C. (2007). The coding theorem for a class of quantum channels with long-term memory. Journal of Physics A: Mathematical and Theoretical. পৃ. 8147–8164

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিগণিতজ্ঞভাৰতীয় গণিতজ্ঞভাৰতীয় শিক্ষাবিদভাৰতীয় মহিলা গণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলাঞ্জনা দত্ত” প্ৰবন্ধৰ সংশোধন ৪২১৭৪০ (২৭ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।