টেট্ৰাষ্টিগ্মা লিউক’ষ্টেফাইলাম (নল টেঙা) বা ইণ্ডিয়ান চেষ্টনাট ভাইন (Indian Chestnut Vine) হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক লতাজাতীয় উদ্ভিদ। ইয়াক শ্ৰীলংকা১, অসম, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, মেঘালয়, ওড়িশা, তামিলনাডু, নেপাল আৰু দক্ষিণ পূৱ এছিয়াত পোৱা যায়।২
স্থানীয় ভাষাত ইয়াক, অসমীয়াত নল টেঙা, তামিলত পিৰাণ্টাইকট্টি আৰু তেলেগুত কন্দ দ্ৰাক্সা বুলি কয়।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেট্ৰাষ্টিগ্মা লিউক’ষ্টেফাইলাম” প্ৰবন্ধৰ সংশোধন ৩৩৫৭২৯ (২৫ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।