অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কাঠ আলু

কাঠ আলু (বৈজ্ঞানিক নাম Dioscorea bulbifera) হল ডাইয়োস্কোৰিয়াছী (Dioscoreaceae) পৰিয়ালৰ এবিধ লতাজাতীয় বহুবৰ্ষী উদ্ভিদ। ইয়াক সংস্কৃত ভাষাত ৱৰাহী, মালায়ালামত কাচিল আৰু মাৰাঠীত দুক্কৰ কান্দ বুলিও জনা জায়।

হালনাগাদ: ১৩ জানুৱাৰী ২০২৫ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কাঠ আলু (বৈজ্ঞানিক নাম Dioscorea bulbifera) হল ডাইয়োস্কোৰিয়াছী (Dioscoreaceae) পৰিয়ালৰ এবিধ লতাজাতীয় বহুবৰ্ষী উদ্ভিদ। ইয়াক সংস্কৃত ভাষাত ৱৰাহী, মালায়ালামত কাচিল আৰু মাৰাঠীত দুক্কৰ কান্দ বুলিও জনা জায়। কাঠ আলু আফ্ৰিকা, দক্ষিণ এছিয়া (ভাৰত, চীনদেশ, জাপান, ফিলিপাইন্‌ছ, ইন্দোনেছিয়া আদি) আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ অঞ্চল আদিত স্থানীয়ভাৱে পোৱা যায়। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰভৃত্তি অন্যান্য অঞ্চলতো ইয়াৰ খেতি কৰা হয়। ১

তথ্যসূত্ৰ

  1. ↑ Kew World Checklist of Selected Plant Families

সম্পৰ্কিত শ্ৰেণী

লতাপাচলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঠ আলু” প্ৰবন্ধৰ সংশোধন ৪৬৩৬৭০ (১৩ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।