অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নল টেঙা

নল টেঙা হৈছে লতাজাতীয় উদ্ভিদ। ইয়াৰ পাত, কাণ্ড আদিৰ সোৱাদ টেঙা। সাধাৰণতে নল টেঙা বুলিলে কেইবাবিধো লতাক বুজায়। টেট্ৰাষ্টিগ্‌মা লিউক’ষ্টেফাইলাম (Tetrastigma leucostaphylum), টেট্ৰাষ্টিগ্‌মা এংগুষ্টিফলিয়া (Tetrastigma angustifolia) আদি।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নল টেঙা হৈছে লতাজাতীয় উদ্ভিদ। ইয়াৰ পাত, কাণ্ড আদিৰ সোৱাদ টেঙা। সাধাৰণতে নল টেঙা বুলিলে কেইবাবিধো লতাক বুজায়। টেট্ৰাষ্টিগ্‌মা লিউক’ষ্টেফাইলাম (Tetrastigma leucostaphylum), টেট্ৰাষ্টিগ্‌মা এংগুষ্টিফলিয়া (Tetrastigma angustifolia) আদি। বহু ঠাইত চেপেটা লতা (বৈজ্ঞানিক নাম: Cayratia trifolia) নামৰ ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ টেঙা সোৱাদযুক্ত লতাজাতীয় উদ্ভিদকো নল টেঙা বুলি কয়। অসমীয়া সমাজত নলটেঙা আৰু মাছৰ টেঙা জোল অতি জনপ্ৰিয় খাদ্য।১

তথ্যসূত্ৰ

  1. ↑ (10 June, 2019). Assamese Style Noltenga Masor Jhul

সম্পৰ্কিত শ্ৰেণী

লতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নল টেঙা” প্ৰবন্ধৰ সংশোধন ৩৮৫২৭৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।