অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ

আন্তৰ্জাতিক গান্ধী শান্তি বঁটা, মহামানৱ মহাত্মা গান্ধীৰ নামত ভাৰত চৰকাৰে প্ৰদান কৰে। ১৯৯৫ চনত গান্ধীজীৰ ১২৫তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে এই বঁটাৰ সূচনা কৰে। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনত সফলভাৱে অহিংস আৰু গান্ধী নীতি অনুসৰণ কৰা ব্যক্তি বা অনুষ্ঠানক এই বঁটা প্ৰদান কৰা হয়।

হালনাগাদ: ১৩ অক্টোবৰ ২০২৪ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক গান্ধী শান্তি বঁটা, মহামানৱ মোহনদাস কৰমচান্দ গান্ধীৰ নামত ভাৰত চৰকাৰে প্ৰদান কৰে।

১৯৯৫ চনত গান্ধীজীৰ ১২৫তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে এই বঁটাৰ সূচনা কৰে। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনত সফলভাৱে অহিংস আৰু গান্ধী নীতি অনুসৰণ কৰা ব্যক্তি বা অনুষ্ঠানক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ লগত আছে ১ কোটি ভাৰতীয় টকা, এখনি প্ৰশস্তি পত্ৰ আৰু এক উদ্ধৃতি। এই বঁটা ৰাষ্টীয়তা, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰদান কৰা হয়।

এই বঁটা প্ৰদানৰ বাচনি কমিটিত ভাৰতৰ প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি, ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু দুজন প্ৰসিদ্ধ ব্যক্তিৰে গঠিত।১

বঁটা প্ৰাপকৰ তালিকা

যুটীয়ভাৱে প্ৰদান কৰা বঁটা
চনপ্ৰাপকচিত্ৰজন্ম / মৃত্যুদেশবৰ্ণনা
১৯৯৫জুলিয়াছ নেয়াৰ২১৯২২-১৯৯৯জুলিয়াছ কামবাৰেজ নেয়াৰ এজন তাঞ্জানিয়ান ৰাজনৈতিক নেতা
১৯৯৬এ. টি এৰিয়াৰ্টনে২Dr Ariyaratne meeting with leaders in the North.jpg১৯৩১ -সৰ্বোদয় শ্ৰমদান আন্দোলন
১৯৯৭গেৰহাৰ্ড ফিছচেৰ৩৪১৯২১-২০০৬জাৰ্মান কুটনৈতিকবিদ, পলিঅ' আৰু কুষ্ঠ ৰোগৰ বাবে কৰা কামৰ বাবে জনা যায়
১৯৯৮ৰামকৃষ্ণ মিছন২স্থাপিত ১৮৯৭সমাজৰ পিছপৰা গোটৰ সামাজিক উন্নয়ন, সহিষ্ণুতা আৰু অহিংসাৰ বাবে স্বামী বিবেকানন্দয়ে স্থাপন কৰিছিল
১৯৯৯বাবা আমটে৫২১৯১৪-২০০৮সমাজকৰ্মী, দৰিদ্ৰ কুষ্ঠ ৰোগীৰ পুনৰ সংস্থাপনৰ বাবে জনাজাত
২০০০নেলছন মেণ্ডেলা২Nelson Mandela-2008 (edit).jpg১৯১৮-২০১৩গান্ধীবাদী, দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি২
গ্ৰামীণ বেংকস্থাপিত ১৯৮৩মুহাম্মদ ইউনুছৰ দ্বাৰা স্থাপিত
২০০১জন হিউম১২John Hume 2008.jpg১৯৩৭ -উত্তৰ আয়াৰলেণ্ডৰ ৰাজনৈতিক নেতা
২০০২ভাৰতীয় বিদ্যা ভৱন২স্থাপিত ১৯৩৮ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য স্থাপিত শিক্ষা ট্ৰাষ্ট
২০০৩ভেকলাভ হাভেল৬৭Václav Havel 2008.jpg১৯৩৬ - ২০১১চেক গণতান্ত্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি
২০০৪কৰেত্তা স্কট কিং২Corettascottking.jpg১৯২৭ - ২০০৬নাগৰিকৰ অধিকাৰ নেতা
২০০৫ডেছমণ্ড টুটো৮DesmondTutuDec10.jpg১৯৩১ -উত্তৰ আফ্ৰিকান সমাজ কৰ্মী আৰু বিশ্বপ
২০১৩চণ্ডী প্ৰসাদ ভট৯১০Chandi prasad bhatt 1.jpg১৯৩৪ -পৰিৱেশ আৰু সমাজ কৰ্মী, চিপকো আন্দোলনৰ নেতা আৰু দাশলী গ্ৰাম স্বৰাজ্য সংঘৰ প্ৰতিস্থাপক
২০১৪ভাৰতীয় মহাকাশ গৱেষণা সংস্থা১১Indian Space Research Organisation Logo.svgস্থাপিত ১৯৬৯ভাৰতীয় মহাকাশ গৱেষণাৰ ন ন দিশ উন্মোচিত কৰি নতুন প্ৰযুক্তিৰ সৃষ্টিৰ বাবে
২০১৫বিবেকানন্দ কেন্দ্ৰ১২স্থাপিত ১৯৭২A Hindu spiritual organisation based on the principles preached by Swami Vivekananda
২০১৬অক্ষয় পাত্ৰ ফাউণ্ডেশ্বনস্থাপিত ২০০০A non-profit organisation in India that runs school lunch programme across India
সুলভ ইন্টাৰনেশ্বনেলস্থাপিত ১৯৭০A social service organization that works to promote human rights, environmental sanitation, non-conventional sources of energy, waste management and social reforms through education.
২০১৭একাল অভিযান ট্ৰাষ্টContribution in providing Education for Rural and Tribal Children in remote areas pan India, Rural Empowerment, Gender and Social Equality.
২০১৮য়শেই চাচাকাৱা১৩১৯৩৯ -For his contribution in Leprosy Eradication in India and across the world.

তথ্যসূত্ৰ

  1. ↑ Press Information Bureau Website Retrieved 4 November 2006
  2. ↑ International Gandhi Peace Prize
  3. ↑ (5 January 1998). President Confers Gandhi Peace Prize 1997 on Dr.Gerhard Fischer of Germany. Press Information Bureau, Government of India
  4. ↑ Radhakrishnan, R.K. (5 July 2006). Gerhard Fischer passes away. দ্য হিন্দু
  5. ↑ Narmada.org Retrieved 4 November 2006
  6. ↑ (2 January 2004). PIB Press Release – President to confer the Gandhi Peace Prize to Mr. Vaclav Havel. pib.mic.in. Government of India Press Information Bureau
  7. ↑ (5 January 2004). PIB Press Release – Gandhi Peace Prize conferred on Mr. Vaclav Havel. pib.mic.in. Government of India Press Information Bureau
  8. ↑ Tutu to be honoured with Gandhi Peace Award Retrieved 11 November 2008
  9. ↑ Joshua, Anita. (1 March 2014). Gandhi Peace Prize for Chipko pioneer, founded Dasholi Swarajya Gram Sangh. দ্য হিন্দু
  10. ↑ Singh, Kautilya. (1 March 2014). Gandhi Peace Prize for Chandi Prasad Bhatt. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ ISRO gets Gandhi Peace Prize for 2014. Press Information Bureau, Government of India
  12. ↑ (17 January 2019). Centre Announces Winners Of Gandhi Peace Prize For 2015-2018. ndtv
  13. ↑ (17 January 2019). Recipients Of Gandhi Peace Prize For 2015–18 Announced. swarajyamag

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় বঁটাসমূহভাৰতৰ বঁটাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ” প্ৰবন্ধৰ সংশোধন ৪৩৭৩৫৪ (১৩ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।