ভাৰতৰ বঁটাসমূহ
৫ প্ৰবন্ধ
-
ফেমিনা মিছ ইণ্ডিয়া
মিছ ইণ্ডিয়া বা ফেমিনা মিছ ইণ্ডিয়া (Femina Miss India) হৈছে ভাৰতৰ এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা। এই বাৰ্ষিক প্ৰতিযোগিতাৰ দ্বাৰা বাছনি হোৱা প্ৰতিনিধিসকলক বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতা বা "মিছ ৱৰ্ল্ড"ত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়া হয়।
-
শান্তি স্বৰূপ ভাটনাগৰ বঁটা
শান্তি স্বৰূপ ভাটনাগৰ বঁটা (Shanti Swarup Bhatnagar Prize for Science and Technology, SSB) আছিল ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research, CSIR)-এ প্ৰদান কৰি এক সন্মানীয়…
-
ৰবীন্দ্ৰ পুৰস্কাৰ
ৰবীন্দ্ৰ পুৰস্কাৰ বা ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰ হ'ল পশ্চিমবঙ্গৰ সৰ্বোচ্চ সন্মানীয় সাহিত্য পুৰস্কাৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে এই পুৰস্কাৰৰ নামকৰণ কৰা হৈছে। ১৯৫০ চনত পশ্চিমবংগ চৰকাৰে এই পুৰস্কাৰ প্ৰবৰ্তন কৰিছিল। বৰ্তমান পশ্চিমবংগ বাংলা একাডেমীয়ে এই পুৰস্কাৰ প্ৰদান কৰে।
-
আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ
আন্তৰ্জাতিক গান্ধী শান্তি বঁটা, মহামানৱ মহাত্মা গান্ধীৰ নামত ভাৰত চৰকাৰে প্ৰদান কৰে। ১৯৯৫ চনত গান্ধীজীৰ ১২৫তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে এই বঁটাৰ সূচনা কৰে। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনত সফলভাৱে অহিংস আৰু গান্ধী নীতি অনুসৰণ কৰা ব্যক্তি বা অনুষ্ঠানক এই বঁটা প্ৰদান কৰা হয়।
-
ৰঘুপতি ভেংকায়া বঁটা
ৰঘুপতি ভেংকায়া বঁটা হৈছে অন্ধ্ৰ প্ৰদেশ ভাৰত চৰকাৰৰদ্বাৰা তেলেগু চলচ্চিত্ৰ জীৱনজোৰা কৃতিত্বক স্বীকৃতি দিবলৈ প্ৰদান কৰা এক বঁটা। ১৯৮১ চনত ভাৰতৰ অন্যতম চলচ্চিত্ৰ পথ-প্ৰদৰ্শক ৰঘুপতি ভেংকায়া নাইডু সন্মানত এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল, যাক "তেলেগু চিনেমাৰ-পিটৃ" বুলি গণ্য কৰা হয়।