অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অৰুণাচল পশ্চিম (লোকসভা সমষ্টি)

অৰুণাচল পশ্চিম লোকসভা সমষ্টি (Arunachal West Lok Sabha constituency) হৈছে অৰুণাচল প্ৰদেশৰ দুটা লোকসভা সমষ্টিৰ মাজৰ এটা। এই সমষ্টিটোৰ ভিতৰত টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুমপাৰে, নামনি সোৱণশিৰি, কুৰুং কুমেই, উজনি সোৱণশিৰি আৰু পশ্চিম ছিয়াং জিলাক সামৰি লোৱা হৈছে।

হালনাগাদ: ২৭ এপ্ৰিল ২০২১ ১৯৬ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

অৰুণাচল পশ্চিম লোকসভা সমষ্টি (Arunachal West Lok Sabha constituency) হৈছে অৰুণাচল প্ৰদেশৰ দুটা লোকসভা সমষ্টিৰ মাজৰ এটা। এই সমষ্টিটোৰ ভিতৰত টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুমপাৰে, নামনি সোৱণশিৰি, কুৰুং কুমেই, উজনি সোৱণশিৰি আৰু পশ্চিম ছিয়াং জিলাক সামৰি লোৱা হৈছে।১

বিধানসভা সমষ্টিসমূহ

বৰ্তমানৰ অৰুণাচল পশ্চিম লোকসভা সমষ্টিটো ৩৩টা বিধানসভা সমষ্টিৰ দ্বাৰা গঠিত হৈছে। সেই বিধানসভা সমষ্টিসমূহৰ নাম হৈছে:

  • লুমলা বিধানসভা সমষ্টি (Lumla)
  • টাৱাঙ বিধানসভা সমষ্টি (Tawang)
  • মুক্ত বিধানসভা সমষ্টি (Tawang)
  • ডিৰাং বিধানসভা সমষ্টি (Dirang)
  • কলকটাং বিধানসভা সমষ্টি (Kalaktang)
  • থ্ৰিজিন’বুঢ়াগাঁও- বিধানসভা সমষ্টি (Thrizino-Buragaon)
  • ব’মডিলা বিধানসভা সমষ্টি
  • বামেং বিধানসভা সমষ্টি (Bameng)
  • চায়াংটাজু বিধানসভা সমষ্টি (Chayangtajo)
  • চেপ্পা পূব বিধানসভা সমষ্টি (Seppa East)
  • চেপ্পা পশ্চিম বিধানসভা সমষ্টি (Seppa West)
  • পক্বে-কাচং বিধানসভা সমষ্টি (Pakke-Kasang)
  • ইটানগৰ বিধানসভা সমষ্টি
  • দৈমুখ বিধানসভা সমষ্টি (Doimukh)
  • ছাগালী বিধানসভা সমষ্টি (Sagalee)
  • য়াছুলি বিধানসভা সমষ্টি (Yachuli)
  • জিৰ’-হাপ’লি বিধানসভা সমষ্টি (Ziro-Hapoli)
  • পালিন বিধানসভা সমষ্টি
  • ন্যাপিন বিধানসভা সমষ্টি (Nyapin)
  • তালি বিধানসভা সমষ্টি (Tali)
  • ক’ল’ৰিয়াঙ বিধানসভা সমষ্টি (Koloriang)
  • নাছ’ বিধানসভা সমষ্টি (Nacho)
  • তালিহা বিধানসভা সমষ্টি (Taliha)
  • দাপ’ৰিজ’ বিধানসভা সমষ্টি (Daporijo)
  • ৰাগা বিধানসভা সমষ্টি (Raga)
  • দাম্প’ৰিজ’ বিধানসভা সমষ্টি (Damporijo)
  • লিৰ’ম’বা বিধানসভা সমষ্টি (Liromoba)
  • লিকাবালি বিধানসভা সমষ্টি (Likabali)
  • বাছাৰ বিধানসভা সমষ্টি (Basar)
  • আলং পশ্চিম বিধানসভা সমষ্টি (Along West)
  • আলং পূব বিধানসভা সমষ্টি (Along East)
  • ৰুমগং বিধানসভা সমষ্টি (Rumgong)
  • মেছুকা বিধানসভা সমষ্টি (Mechuka)১

লোকসভাৰ সদস্যসকল

লোকসভাকাৰ্যকালসাংসদৰাজনৈতিক দল
ষষ্ঠ১৯৭৭-৮০Rinching Khandu Khrimeভাৰতীয় জাতীয় কংগ্ৰেছ (পাছত জনতা পাৰ্টী)
সপ্তম১৯৮০-৮৪Prem Khandu Thunganভাৰতীয় জাতীয় কংগ্ৰেছ (ই)
অষ্টম১৯৮৪-৮৯Prem Khandu Thunganভাৰতীয় জাতীয় কংগ্ৰেছ
নৱম১৯৮৯-৯১Prem Khandu Thunganভাৰতীয় জাতীয় কংগ্ৰেছ
দশম১৯৯১-৯৬Prem Khandu Thunganভাৰতীয় জাতীয় কংগ্ৰেছ
একাদশ১৯৯৬-৯৮Tomo Ribaনিৰ্দলীয়
দ্বাদশ১৯৯৮-৯৯Omak Apangঅৰুণাচল কংগ্ৰেছ
ত্ৰয়োদশ১৯৯৯-২০০৪Jarbom Gamlinভাৰতীয় জাতীয় কংগ্ৰেছ
চতুৰ্দশ২০০৪-০৯কিৰেণ ৰিজিজুভাৰতীয় জনতা পাৰ্টী
পঞ্চদশ২০০৯-১৪Takam Sanjoyভাৰতীয় জাতীয় কংগ্ৰেছ
ষোড়শ২০১৪-১৯কিৰেণ ৰিজিজুভাৰতীয় জনতা পাৰ্টী
সপ্তদশ২০১৯-বৰ্তমানকিৰেণ ৰিজিজুভাৰতীয় জনতা পাৰ্টী

লগতে চাওক

  • লোক সভাৰ সমষ্টিসমূহৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website

সম্পৰ্কিত শ্ৰেণী

লোকসভা সমষ্টিঅৰুণাচল প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাচল পশ্চিম (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ২৭২৪৪৭ (২৭ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।