অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অৰুণাচল পূব (লোকসভা সমষ্টি)

অৰুণাচল প্ৰদেশ পূব লোকসভা সমষ্টি Arunachal East Lok Sabha constituency) হৈছে অৰুণাচল প্ৰদেশৰ দুটা লোকসভা সমষ্টিৰ মাজৰ এটা। এই সমষ্টিটোৰ ভিতৰত উজনি ছিয়াং, পূব ছিয়াং, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লোহিত, অঞ্জাও, চাংলাং আৰু তিৰাপ জিলাক সামৰি লোৱা হৈছে।

হালনাগাদ: ৯ আগষ্ট ২০১৭ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

অৰুণাচল প্ৰদেশ পূব লোকসভা সমষ্টি Arunachal East Lok Sabha constituency) হৈছে অৰুণাচল প্ৰদেশৰ দুটা লোকসভা সমষ্টিৰ মাজৰ এটা। এই সমষ্টিটোৰ ভিতৰত উজনি ছিয়াং, পূব ছিয়াং, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লোহিত, অঞ্জাও, চাংলাং আৰু তিৰাপ জিলাক সামৰি লোৱা হৈছে।১

বিধানসভা সমষ্টিসমূহ

বৰ্তমানৰ অৰুণাচল পূব বিধানসভা সমষ্টিটো ২৭ টা বিধানসভা সমষ্টিৰ দ্বাৰা গঠিত হৈছে। সেই বিধানসভা সমষ্টিসমূহৰ নাম হৈছে:

  • টুটিং-য়িংকিয়ং বিধানসভা সমষ্টি (Tuting-Yingkiong)
  • পানগিন বিধানসভা সমষ্টি
  • নাৰি-কয়ু বিধানসভা সমষ্টি (Nari-Koyu)
  • পাছিঘাট পশ্চিম বিধানসভা সমষ্টি
  • পাছিঘাট পূব বিধানসভা সমষ্টি
  • মিব’ বিধানসভা সমষ্টি
  • মাৰিয়াং-গেকু বিধানসভা সমষ্টি (Mariyang-Geku)
  • আনিনি বিধানসভা সমষ্টি
  • ডামবুক বিধানসভা সমষ্টি
  • ৰ’য়িং বিধানসভা সমষ্টি
  • তেজু বিধানসভা সমষ্টি
  • হায়ুলিয়াঙ বিধানসভা সমষ্টি
  • চৌখাম বিধানসভা সমষ্টি
  • নামচাই বিধানসভা সমষ্টি (Namsai)
  • লেকাং বিধানসভা সমষ্টি
  • বৰডুমছা-দিয়ুম বিধানসভা সমষ্টি (Bordumsa-Diyum)
  • মিয়াও বিধানসভা সমষ্টি (Miao)
  • নামপং বিধানসভা সমষ্টি
  • চাংলাং দক্ষিণ বিধানসভা সমষ্টি
  • চাংলাং উত্তৰ বিধানসভা সমষ্টি
  • নামচাং বিধানসভা সমষ্টি
  • খ’ন্সা পূব বিধানসভা সমষ্টি
  • খ’ন্সা পশ্চিম বিধানসভা সমষ্টি
  • বৰদুৰীয়া-বগাপানী বিধানসভা সমষ্টি (Borduria-Bagapani)
  • কানুবাৰী বিধানসভা সমষ্টি
  • লংডিং-পুমাও বিধানসভা সমষ্টি (Longding-Pumao)
  • পঙচাও-ৱাকা বিধানসভা সমষ্টি (Pongchou-Wakka)১

লোকসভাৰ সদস্যসকল

চনসাংসদদল
১৯৭৭Bakin Pertinনিৰ্দলীয়
১৯৮০Sobeng Tayengভাৰতীয় জাতীয় কংগ্ৰেছ (ই)
১৯৮৪Wangpha Lowangভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৯Laeta Umbreyভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১Laeta Umbreyভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬Wangcha Rajkumarনিৰ্দলীয়
১৯৯৮Wangcha Rajkumarঅৰুণাচল কংগ্ৰেছ
১৯৯৯Wangcha Rajkumarভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৪Tapir Gaoভাৰতীয় জনতা পাৰ্টী
২০০৯Ninong Eringভাৰতীয় জাতীয় কংগ্ৰেছ

লগতে চাওক

  • লোক সভাৰ সমষ্টিসমূহৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website

সম্পৰ্কিত শ্ৰেণী

লোকসভা সমষ্টিঅৰুণাচল প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাচল পূব (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ১৬৯৫৩১ (৯ আগষ্ট ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।