অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

চন্দ্ৰকান্ত অভিধান

চন্দ্ৰকান্ত অভিধান এখন দ্বি−ভাষিক অভিধান। প্ৰকাশ হয় ১৯৫১ চনত। অভিধানখনত ৩৬,৮১৬ টা শব্দ আছে আৰু ১৯৩৩ চনত প্ৰথমে অসম সাহিত্য সভাই ইয়াৰ সংকলন আৰু প্ৰকাশ কৰিছিল। ১৯৮৭ চনত, মহেশ্বৰ নেওগ আৰু উপেন্দ্ৰনাথ গোস্বামীৰ সম্পাদনাত গৌহাটী বিশ্ববিদ্যালয়ে ইয়াৰ তৃতীয় সংস্কৰণ প্ৰকাশ কৰে।

হালনাগাদ: ১৫ জুন ২০২৩ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰকান্ত অভিধান এখন দ্বি−ভাষিক অভিধান। প্ৰকাশ হয় ১৯৫১ চনত।১ অভিধানখনত ৩৬,৮১৬ টা শব্দ আছে আৰু ১৯৩৩ চনত প্ৰথমে অসম সাহিত্য সভাই ইয়াৰ সংকলন আৰু প্ৰকাশ কৰিছিল।

১৯৮৭ চনত, মহেশ্বৰ নেওগ আৰু উপেন্দ্ৰনাথ গোস্বামীৰ সম্পাদনাত গৌহাটী বিশ্ববিদ্যালয়ে ইয়াৰ তৃতীয় সংস্কৰণ প্ৰকাশ কৰে।২ ২০০৯ চনৰ পৰা অভিধানখনি অনলাইন সংস্কৰণো প্ৰকাশ কৰা হয়।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ RCILTS, IIT Guwahati. Iitg.ernet.in
  2. ↑ Candrakānta abhidhāna: Asamīẏā śabdara byut̲patti āru udāharaṇere Asamīẏā-Iṃrājī dui bhāshāra artha thakā abhidhāna = Chandrakanta abhidhan: a comprehensive dictionary of the Assamese language with etymology and illustrations of words with their meanings in Assamese and English (Book, 1987). [WorldCat.org]
  3. ↑ TI Trade. (2009-08-31). The Assam Tribune Online. Assamtribune.com

সম্পৰ্কিত শ্ৰেণী

অভিধান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰকান্ত অভিধান” প্ৰবন্ধৰ সংশোধন ৩৬৮৬১৪ (১৫ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।